সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
 
===হিচাপকৰণত সম্পত্তি===
হিচাপকৰণৰ দিশৰ পৰা এক সম্পদ বুলি প্ৰমাণ কৰিবলৈ সম্পত্তি এটাৰ লাভালাভ উলিওৱাৰ প্ৰয়োজন নাই। প্ৰতিষ্ঠানটোৱে ইয়াক ভিন্নধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে।
 
হিচাপ সমীকৰণে (accounting equation) সম্পত্তি, দেনা (লায়েবিলিটিজ) আৰু অংশীদাৰৰ (বা গৰাকী) প্ৰাপ্যৰ (owner's equity) সংযোগ স্থাপন কৰে:
 
সম্পত্তি = দেনা + অংশীদাৰসকলৰ (গৰাকীৰ) প্ৰাপ্য
সম্পত্তি = দেনা + মূলধন
দেনা = সম্পত্তি + মূলধন
মূলধন = সম্পত্তি - দেনা
 
অৰ্থাৎ এটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্য মুঠ দেনা আৰু অংশীদাৰসকলৰ প্ৰাপ্যৰ যোগফলৰ সমান।
 
জেনেৰেলী এক্চেপ্টেড একাউন্টিং প্রিন্সিপলছ চমুকৈ GAAP-ৰ নীতি অনুসৰি কোম্পানী এটাৰ উদৃত্ত মিলন পত্ৰখনত (বেলেঞ্চ শ্বিট) সম্পত্তিসমূহ কেইটামানত ভাগত ভগাই দেখুওৱা হয় আৰু ইয়াৰ নিয়মসমূহ দেশভেদে ভিন্ন হয়।<ref>Intermediate Accounting--Kieso, et. al</ref>
 
===অস্থাৱৰ সম্পত্তি===
ধন বা মুদ্ৰা আৰু ব্যৱসায়টোৰ স্বাভাৱিক গতিত অসুবিধাৰ সৃষ্টি নকৰাকৈ এবছৰ নাইবা কাৰ্যচক্ৰৰ (operating cycle) ভিতৰত মুদ্ৰালৈ ৰূপান্তৰ হ'বলগা বা শেষ হৈ যাবলগা সম্পত্তিবোৰেই অস্থাৱৰ সম্পত্তি(current assets)। এনে সম্পত্তিৰ পাঁচটা প্ৰধান উপাদান আছে। এইকেইটা হৈছে:
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে