ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
12 নং শাৰী:
শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰৃথ 'হাত') ৰ পৰা অহা । ১৭ শ আৰৃ ১৮ শ শতাব্দিত ফ্ৰান্চিচ শব্দ mesnagement (later ménagement)
ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ্'ল্ ।
 
 
তাত্বিক ব্যাখ্যা
 
----
 
ম্যৰি পৰৃকাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ্'ল কোনো কার্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰৃ পৰিকল্পণা যুগুত কৰা বা নিৰৃদিষ্ট লক্ষ্যত উপনিত হ্'বলৈ কৰা কর্যাক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনা প্ৰযোয্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰান্চৰ হেনৰি ফ'য়েল্ (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্ ছ্টা কাৰৃয্যত ভাগ কৰিলে -
# পৰিকল্পনা যুগুত কৰা (planning)
# সংগঠিত কৰা (organizing)
# নেতৃত্ব লোৱা (leading)
# সমন্ময়্ স্থাপন কৰা (co-ordinating)
# নিয়ন্ত্ৰণ কৰা (controlling)
# নিয়োজিত কৰা (staffing)
 
 
 
[[ar:إدارة]]