ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
19 নং শাৰী:
 
ম্যৰি পৰৃকাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ্'ল কোনো কার্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰৃ পৰিকল্পণা যুগুত কৰা বা নিৰৃদিষ্ট লক্ষ্যত উপনিত হ্'বলৈ কৰা কর্যাক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনা প্ৰযোয্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰান্চৰ হেনৰি ফ'য়েল্ (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্ ছ্টা কাৰৃয্যত ভাগ কৰিলে -
# [[পৰিকল্পনা যুগুত কৰা]] ([[planning]])
# [[সংগঠিত কৰা]] ([[organizing]])
# [[নেতৃত্ব লোৱা]] ([[leading]])
# [[সমন্ময়্ স্থাপন কৰা]] ([[co-ordinating]])
# [[নিয়ন্ত্ৰণ কৰা]] ([[controlling]])
# [[নিয়োজিত কৰা]] ([[staffing]])