ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
ব্যবসায়ব্যৱসায় আৰৃআৰু মানব সণ্ঙ্গঠনৰসংগঠনৰ ক্ষেত্ৰত, সাধৰনসাধৰণ ভাষাত ব্যৱস্থাপনা(Management) হ্'ল্ মানুহ সণ্ঙ্গঠিতসংগঠিত কৰি কোনো প্ৰস্তাবিতপ্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনিত হোৱা । ব্যৱস্থাপনাৰ উপাদান্উপাদান সমূহ হ্'ল্ - পৰিকল্পনপৰিকল্পনা কৰা (planning), সণ্ঙ্গঠিতসংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱলোৱা (leading) বা পথ্পথ প্ৰদৰৃশকৰপ্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰৃআৰু সণ্ঙ্গঠন্সংগঠন(organization)(কোনো নিৰৃদিষ্টনিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱ এক্এক বা তাতোধিক মানুহ্ বা বস্তু(entities)ৰ সমষ্টি) নিয়ন্ত্ৰণ্নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যবস্থাপনাব্যৱস্থাপনা হ্'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰি(technological) সম্পদ আৰৃআৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰৃআৰু প্ৰয়োগ ।
 
 
5 নং শাৰী:
Management ৰ অসমীযয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূর্ণ শুদ্ধ বুলি ক'ব নোৱৰি যদিও সম্পূর্ণ ভুল নহয়্ । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ ।
হিন্দী ভাষাৰ 'প্ৰৱন্ধন' শব্দটো কোনো এখন অভিধানত নোপোৱৰ বাবে এই শব্দটো ব্যৱহাৰৰ সমূচিন ন্হ'ব । অসম উচ্চতৰ মধ্যমিক পৰিষদৰ একাদশ্একাদশ আৰৃআৰু দ্বাদশ শ্ৰেণীৰ বাবে
প্ৰণয়ন কৰা অসমীয়া বিষয়ৰ পাঠ্যপুথিত Distaster Management ৰ অসমীয়া ৰূপান্তৰ দুৰৃযোগদুৰ্যোগ ব্যৱস্থাপনা দিয়াৰ বাবে 'ব্যৱস্থাপনা' শব্দটোকেই শুদ্ধ মানি লোৱা
হ্'ল ।
 
Manage শব্দটো ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare
শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰৃথঅৰ্থ 'হাত') ৰ পৰা অহা । ১৭ শ আৰৃ ১৮ শ শতাব্দিত ফ্ৰান্চিচফ্ৰাঞ্চিচ শব্দ mesnagement (later ménagement)
ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ্'ল্ ।
 
18 নং শাৰী:
----
 
ম্যৰি পৰৃকাৰপাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ্'ল কোনো কার্যৰকাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰৃআৰু পৰিকল্পণাপৰিকল্পনা যুগুত কৰা বা নিৰৃদিষ্টনিৰ্দিষ্ট লক্ষ্যত উপনিত হ্'বলৈ কৰা কর্যাক্ৰমনিকাকর্যক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনা প্ৰযোয্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰান্চৰফ্ৰাঞ্চৰ হেনৰি ফ'য়েল্ (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্ ছ্টা কাৰৃয্যতকার্যত ভাগ কৰিলেকৰিছিল -
# [[পৰিকল্পনা কৰা]] ([[planning]])
# [[সংগঠিত কৰা]] ([[organizing]])