লৰ্ড ভ'লডেমৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ r2.6.6) (ৰবট যোগ দিছে :de:Figuren der Harry-Potter-Romane#Lord Voldemort |
|||
57 নং শাৰী:
=== হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ===
চতুৰ্থ উপন্যাস ‘’[[হেৰী পটাৰ এণ্ড দ্য গব্লেট অৱ ফায়াৰ]]’’ৰ আৰম্ভণি আৰু সামৰণিত ভ’লডেমৰ্টক দেখা যায়। শেষত এয়া প্ৰকাশ হয় যে ভ’লডেমৰ্টৰ সেৱক বাৰ্টী ক্ৰাউচ কণিষ্ঠই হগৱাৰ্ট্ছৰ শিক্ষক মেড আই মূডীৰ ৰূপ লৈ যাদুৰ ত্ৰিকোণীয় প্ৰতিযোগিতাত হেৰীক জয়ী হোৱাত সহায় কৰে। আচলতে ভ’লডেমৰ্টৰ লক্ষ্য আছিল হেৰীক ডাম্বলড’ৰৰ নজৰৰ পৰা আঁতৰাই ৰিডল পৰিয়ালক সমাধিস্থ কৰা লিটল হেংগলটন কবৰস্থানলৈ আঁতৰাই নিয়া।<ref name = "{{HP4}}ch32333435"/> তাত হেৰী বন্দী হৈ পৰে আৰু পিটাৰ পেটিগ্ৰিউৱে হেৰীৰ তেজ ব্যৱহাৰ কৰি কিছুমান যাদু কৰাৰ পিছত ভ’লডেমৰ্টে নিজৰ শৰীৰ পুনৰ লাভ কৰে আৰু পূৰ্ণ শক্তিৰে জাগি উঠে।<ref name="{{HP4}}ch32">{{HPref|book=4}}</ref> শৃংখলাটিত প্ৰথমবাৰৰ বাবে ৰাউলিঙে ভ’লডেমৰ্টৰ শৰীৰৰ বৰ্ণনা কৰে: "ওখ আৰু হাড়ে-ছালে লগা", "নৰমুণ্ডতকৈও বগা,বহল ভয়ানক তেজৰঙা চকু আৰু নাকৰ পৰিৱৰ্তে সাপৰ দৰে বিন্ধা থকা” এখন মুখ”।<ref name = "{{HP4}}ch32333435"/> ৰাউলিঙে লিখিছে যে তেওঁৰat his "হাতবোৰ শেতাপৰা মকৰাৰ দৰে; তেওঁৰ দীঘল বগা আঙুলিবোৰেৰে তেওঁ নিজৰে বুকুখন পিহি আছিল,তেওঁৰ বাহু,মুখ;মেকুৰীৰ দৰে ৰঙা চকুযুৰি ৰাতিৰ আন্ধাৰত আৰু অধিক শেতা হৈ জিলিকিছিল"।<ref name = "{{HP4}}ch32333435"/> পেটিগ্ৰিউৰ সহায়ত ভ’লডেমৰ্টে প্ৰথমতে এক দূৰ্বল,ভ্ৰমণ আৰু যাদু প্ৰয়োগ কৰিব পৰা এক শৰীৰ সৃষ্টি কৰি লয় আৰু হেৰীক বন্দী কৰি সম্পূৰ্ণ শৰীৰ উদ্ধাৰৰ পৰিকল্পনা কৰাত ব্যস্ত হৈ পৰে। ফ্ৰেংক ব্ৰাইছ নামৰ এক মালীয়ে এই পৰিকল্পনা শুনে আৰু ভ’লডেমৰ্টে তাক মাৰি পেলাই।<ref name = "{{HP4}}ch1"/> কবৰস্থানত সম্পূৰ্ণ শক্তিসম্পন্ন শৰীৰ আহৰণ কৰাৰ পিছত ভ’লডেমৰ্টে অন্য ডেথ ইটাৰ সকলক মাতে আৰু হেৰীক এক যাদুযুদ্ধৰ প্ৰত্যাহ্বান জনায়। কিন্তু দুয়োৰে যাদুদণ্ড দুডাল একেটা ফিনিক্স পখীৰ পাখীৰে নিৰ্মিত বাবে যুদ্ধৰ সময়ত দণ্ডদুডাল হৈ পৰে আৰু হেৰীৰ মাতা-পিতাকেধৰি ভ’লডেমৰ্টৰ হত্যাৰ বলি হোৱা সকলৰ আত্মাবোৰ আহি ভ’লডেমৰ্টৰ মনোযোগ ভ্ৰষ্ট কৰে আৰু হেৰীক পিটাৰ পেটিগ্ৰিৱে হত্যা কৰা সতীৰ্থ ছেদ্ৰিক ডিগৰীৰ শৰীৰটোৰে সৈতে গুপ্তমাৰ্গেৰে পলাই সাৰিবলৈ সুবিধা কৰি দিয়ে। <ref name="{{HP4}}ch36">{{HPref|book=4|chapter=36}}</ref>
=== হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স===
<!--Voldemort appears at the climax of the fifth book, ''[[Harry Potter and the Order of the Phoenix]]'', having again plotted against Harry.<ref name="{{HP5}}ch35">{{HPref|book=5|chapter=35}}</ref> In this book, Harry goes through extreme emotional stress, and according to Rowling, it was necessary to prove that Harry is emotionally vulnerable and thus human, in contrast to his nemesis Voldemort, who is emotionally invulnerable and thus inhuman: "[Harry is] a very ''human'' hero, and this is, obviously, there’s a contrast, between him, as a very human hero, and Voldemort, who has deliberately ''de''humanised himself. […] and Harry, therefore, did have to reach a point where he did almost break down."<ref name="Fry2005 ">{{cite web|url=http://www.accio-quote.org/articles/2005/1205-bbc-fry.html|title=Living With Harry Potter|accessdate=15 August 2007}}</ref> In this book, Voldemort makes liberal use of the Ministry of Magic's refusal to believe that he has returned.<ref name="{{HP4}}ch36"/> Voldemort engineers a plot to free [[Bellatrix Lestrange]] and some other Death Eaters from Azkaban and then embarks on a scheme to retrieve the full record of a prophecy stored in the [[Department of Mysteries]] regarding Harry and himself. He sends a group of Death Eaters to retrieve the prophecy, where the [[Order of the Phoenix (organisation)|Order of the Phoenix]] meets them. All but Bellatrix are captured, and Voldemort engages in a ferocious duel with Dumbledore. Voldemort attempts to possess Harry but finds that he cannot; Harry is too full of that which Voldemort finds incomprehensible, and which he detests as weakness: love. Sensing that Dumbledore could win, Voldemort disapparates, but not before the Minister for Magic sees him in person, making his return to life public knowledge in the next book.-->
|