চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 170 interwiki links, now provided by Wikidata on d:q5113 (translate me)
Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q5113 (translate me)
209 নং শাৰী:
চৰাইৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত মাক-দেউতাকৰ পোৱালীৰ প্ৰতি যত্ন (parental care) পৰিমাণৰ তাৰতম্য ঘটা দেখা যায়৷ চূড়ান্ত পৰ্য্যায়ত মেগাপড ([[:en:Megapode|megapode]])নামৰ চৰাইৰ ক্ষেত্ৰত কণী ফুটি পোৱালী জগিলেই মাক-দেউতাকৰ দায়িত্ব শেষ হয়৷ তাৰপিছত পোৱালীয়ে নিজে মাটিৰে বনোৱা বাহৰ পৰা মাটি খান্দি ওলাই আহে আৰু নিজৰ আহাৰ নিজে যোগাৰ কৰি লয়৷ <ref>Elliot A (1994). "Family Megapodiidae (Megapodes)" in ''[[Handbook of the Birds of the World]]. Volume 2; New World Vultures to Guineafowl'' (eds del Hoyo J, Elliott A, Sargatal J) Lynx Edicions:Barcelona. ISBN 84-87334-15-6</ref> আনহাতে বহুতো সাগৰীয় চৰাইৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন দেখা যায়৷ উদাহৰণস্বৰূপে ফ্ৰিগেটবাৰ্ড ([[:en:Great Frigatebird|Great Frigatebird]]) নামৰ চৰাইবিধৰ পোৱালীৰ পাখি সম্পূৰ্ণকৈ গঁজিবলৈ প্ৰায় ছমাহ সময় লয় আৰু তাৰ পাছতো প্ৰায় ১৪ মাহ পৰ্যন্ত মাক-দেউতাকে পোৱালীক খাদ্য যোগাৰ কৰি দিয়ে৷ <ref>Metz VG, Schreiber EA (2002). "Great Frigatebird (''Fregata minor'')" In ''The Birds of North America, No 681'', (Poole, A. and Gill, F., eds) The Birds of North America Inc: Philadelphia</ref>
 
কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত মাক-দেউতাক দুয়ো মিলি পোৱালীৰ যত্ন লয়৷ অন্য কিছুমান প্ৰজাতিত আকৌ কেৱল মাক বা দেউতাকে অকলে পোৱালী ডাঙৰ কৰে৷ কিছুমান বিশেষ প্ৰজাতিত আকৌ পোৱালীৰ ওচৰ সম্পৰ্কীয় (যেনে-পূৰ্বৰ গোটত জন্মা একে মাক-দেউতাকৰ ডাঙৰ হোৱা পোৱালী) চৰায়ে মাক-দেউতাকক সহায় কৰে৷ <ref>{{cite journal | last1 = Ekman | first1 = J | year = 2006 | title = Family living amongst birds | url = | journal = [[Journal of Avian Biology]] | volume = 37 | issue = 4| pages = 289–98 | doi = 10.1111/j.2006.0908-8857.03666.x }}</ref>কাউৰী ([[:en:Corvidae|crows]]), অষ্ট্ৰেলিয়ান মেগপাই ([[:en:Australian Magpie:Australian Magpie]]), পখৰা মাছোৰোকা ([[en:Lesser Pied-kingfisher: Lesser Pied-kingfisher]]) আদি চৰাইৰ ক্ষেত্ৰত এনেদৰে ওচৰ সম্পৰ্কীয় চৰয়ে সহায় কৰা দেখা যায়৷ <ref>{{Cite book|author=Cockburn A|editor=Floyd R, Sheppard A, de Barro P|title=Frontiers in Population Ecology|year=1996|publisher=CSIRO|location=Melbourne|isbn= |pages=21–42|chapter=Why do so many Australian birds cooperate? Social evolution in the Corvida}}</ref> প্ৰয়ভাগ জীৱ-জন্তুৰ ক্ষেত্ৰতে দেউতাকে পোৱালীৰ যত্ন লোৱা খুউব কমেই দেখা যায়৷ কিন্তু চৰাইৰ ক্ষেত্ৰত ই তুলনামূল ভাৱে সহজলভ্য৷ <ref name = "Gill"/> <ref>{{Cite journal|last=Cockburn|first=Andrew|year=2006|title=Prevalence of different modes of parental care in birds |doi=10.1098/rspb.2005.3458|journal=Proceedings: Biological Sciences|volume=273|issue=1592|pages=1375–83|pmid=16777726|month= June|issn=0962-8452|url=http://rspb.royalsocietypublishing.org/cgi/pmidlookup?view=long&pmid=16777726|format=Free full text|pmc=1560291}}</ref>
 
====উমনি পৰজীৱী (Brood parasites)====
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে