শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q656636 (translate me)
বিস্তাৰ আদি
9 নং শাৰী:
| latitude = 26.1306
| longitude = 91.8224
| established = 1996১৯৯৬
| dissolved =
| location = [[পাঞ্জাবাৰী]], [[গুৱাহাটী]], [[অসম]], [[ভাৰত]]
| type =
| visitors =
19 নং শাৰী:
|
}}
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে।হৈছে<ref>http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html</ref>। [[অসমীয়া সংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে। হৈছে<ref>http://www.kalakshetra-assam.gov.in/</ref>
 
প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে<ref>http://www.guwahatitimes.com/guwahati/kalakshetra.html</ref>।
 
==পৰিধি==
* অসমৰ সাংস্কৃতিক সংগ্ৰহালয়
* উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)<!--The International Conventio, n Centre is for holding regular music, dance and drama programmes both at the State and national level. The Open Air Theatre with 2000 capacity and the Rang Ghar Bakori Manch provide a grand space for holding regular open air shows and programmes on folk festivals and traditional dance and drama.-->
* ললিত কলা ভৱন
* [[ভূপেন হাজৰিকা সংগ্ৰহালয়]]<ref>http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html</ref><!--The Dr Bhupen Hazarika Cultural Museum is the pride of Kalakshetra campus. It is a tribute to the legend, Asom Ratna Dr Bhupen Hazarika. The museum is artistically designed, where you will be fascinated by the large photographs, huge collection of awards and felicitations, a model of Dr Bhupen Hazarika’s living room and bedroom along with some beautiful traditional dresses. Documentaries on him are also shown there.-->
* শিশু উদ্যান বা শিশু বন, এই উদ্যানখন [[ড° ভৱেন্দ্ৰ নাথ শইকীয়া]]ৰ নামত উত্‍সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে<ref>http://www.guwahatitimes.com/guwahati/kalakshetra.html</ref>।<!--Made for the benefit of children of the region, the Shishu Ban Dr Bhabendra Nath Saikia Children’s Park covers an area of 12 bighas and consists of a library, petrochemical gallery, solar hut, doll museum, sky train, solar waterfalls, auditorium – specially meant for holding various programmes for the intellectual as well as the cultural growth of children – and many other interesting amusements.
-->
 
 
==চিত্ৰভঁৰাল==
<gallery>
File:A view of Srimanata Sankardev Kalakhetra.jpg|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক দৃশ্য
File:A sculpture at Srimanata Sankardev Kalakhetra.jpg|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চেৰেণ্ডা বাদ্য বজাই থকা এক প্ৰতিমূৰ্ত্তি
File:Japi.JPG|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সংগ্ৰাহলয়ৰ সন্মূখত থকা এটা বৃহত আকাৰৰ জাপি
File:A hut inside inside Srimanta Sankardev Kalakhetra.jpg|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰভাগত থকা এক খেৰৰ ঘৰ
File:Bhupen Hazarika Museum at Kalakhetra by Bishnu Saikia.jpg|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত থকা [[ভূপেন হাজৰিকা সংগ্ৰহালয়]]
File:Manikut inside Kalakhetra.jpg|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সংগ্ৰাহলয়ত থকা [[মনিকূট]]
</gallery>
 
 
{{-}}
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Srimanta Sankaradeva Kalakshetra|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ}}
* [http://www.guwahatitimes.com/guwahati/kalakshetra.html SRIMANTA SANKARDEV KALAKSHETRA] at guwahatitimes website
[[শ্ৰেণী:অসমৰ পৰ্যটনস্থলী]]
[[শ্ৰেণী:অসমৰ সংগ্ৰহালয়]]