শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) বিস্তাৰ আদি |
Bishnu Saikia (আলোচনা | বৰঙণি) উদ্ধৃতি সজ্জা আদি |
||
19 নং শাৰী:
|
}}
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে<ref name="touristlink1">{{cite web|url=http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html |title=Srimanta Sankardeva Kalakshetra India Tourist Information |publisher=Touristlink.com |date= |accessdate=2013-03-12}}</ref>। [[অসমীয়া সংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে<ref>{{cite web|url=http://www.kalakshetra-assam.gov.in/ |title=Srimanta Sankaradeva Kalakshetra |publisher=Kalakshetra-assam.gov.in |date= |accessdate=2013-03-12}}</ref>।
প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে<ref name="guwahatitimes1">{{cite web|url=http://www.guwahatitimes.com/guwahati/kalakshetra.html |title=Srimanta Sankardev Kalakshetra |publisher=Guwahatitimes.com |date=2011-09-24 |accessdate=2013-03-12}}</ref>।
==পৰিধি==
27 নং শাৰী:
* উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)<!--The International Conventio, n Centre is for holding regular music, dance and drama programmes both at the State and national level. The Open Air Theatre with 2000 capacity and the Rang Ghar Bakori Manch provide a grand space for holding regular open air shows and programmes on folk festivals and traditional dance and drama.-->
* ললিত কলা ভৱন
* [[ভূপেন হাজৰিকা সংগ্ৰহালয়]]<ref
* শিশু উদ্যান বা শিশু বন, এই উদ্যানখন [[ড° ভৱেন্দ্ৰ নাথ শইকীয়া]]ৰ নামত উত্সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে<ref
-->
49 নং শাৰী:
==বাহ্যিক সংযোগ==
{{Commons category|Srimanta Sankaradeva Kalakshetra|শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ}}
[[শ্ৰেণী:অসমৰ পৰ্যটনস্থলী]]
[[শ্ৰেণী:অসমৰ সংগ্ৰহালয়]]
|