শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:গুৱাহাটী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
9 নং শাৰী:
| latitude = 26.1306
| longitude = 91.8224
| established = ২ ফেব্ৰুৱাৰী, ১৯৮৮<ref name="guwahatitimes1"/>
| established = ১৯৯৬
| dissolved =
| location = [[পাঞ্জাবাৰী]], [[গুৱাহাটী]], [[অসম]], [[ভাৰত]]
17 নং শাৰী:
| curator =
| publictransit =
| website =
|
}}
'''শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ''' ([[ইংৰাজী]]: Srimanta Sankaradeva Kalakshetra) বা চমুলৈ '''কলাক্ষেত্ৰ''' [[গুৱাহাটী]]ৰ [[পাঞ্জাবাৰী]]ত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ নামেৰে ৰখা হৈছে<ref name="touristlink1">{{cite web|url=http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html |title=Srimanta Sankardeva Kalakshetra India Tourist Information |publisher=Touristlink.com |date= |accessdate=2013-03-12}}</ref>। [[অসমীয়া সংস্কৃতি]]ৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। [[অসমৰ সংগীত]] জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি [[ভূপেন হাজৰিকা]]দেৱৰ এক [[ভূপেন হাজৰিকা সংগ্ৰহালয়|সংগ্ৰহালয়ো]] ইয়াত স্থাপন কৰা হৈছে<ref>{{cite web|url=http://www.kalakshetra-assam.gov.in/ |title=Srimanta Sankaradeva Kalakshetra |publisher=Kalakshetra-assam.gov.in |date= |accessdate=2013-03-12}}</ref>।
 
প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়নন|কে আৰ নাৰায়ননে]] এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে<ref name="guwahatitimes1">{{cite web|url=http://www.guwahatitimes.com/guwahati/kalakshetra.html |title=Srimanta Sankardev Kalakshetra |publisher=Guwahatitimes.com |date=2011-09-24 |accessdate=2013-03-12}}</ref>।