পদ্মশ্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q949193 (translate me)
No edit summary
22 নং শাৰী:
 
 
'''পদ্মশ্ৰী ''' [[ভাৰত|ভাৰতৰ]] [[ভাৰত চৰকাৰ|চৰকাৰে]] প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। [[শিল্পকলা]], [[শিক্ষা]], [[বাণিজ্য]], [[সাহিত্য]], [[বিজ্ঞান]], [[ক্ৰীড়া]], [[সমাজ সেৱা]] আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
 
২০০৯ চনলৈকে মুঠ ২২৫৫ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।<ref>{{cite web|title=Padma Shri Awardees|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padmashri_awards_list1.php|accessdate=2009-06-28}}</ref>
 
==বঁটাৰ গঠন==
ইয়াৰ স্মাৰকটোও [[পদ্ম বিভূষণ]] আৰু [[পদ্মভূষণ]] থকা স্মাৰকটোৰ দৰেই৷ ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ [[পদুম]] ফুলৰ প্ৰতীক খোদিত কৰা হয়৷ আনটো ফালে [[ৰাষ্ট্ৰীয় প্ৰতীক]]টো অংকন কৰা থাকে৷ পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।
 
২০১৩ চনলৈকে মুঠ ২৫৭৭ জন ব্যক্তিয়ে এই সম্মান লাভ কৰিছে।<ref>{{cite web|title=Padma Shri Awardees|publisher=[[Ministry of Communications and Information Technology (India)|Ministry of Communications and Information Technology]]|url=http://india.gov.in/myindia/padmashri_awards_list1.php|accessdate=2009-06-28}}</ref><ref>{{cite press release |title=This Year's Padma Awards announced |url=http://www.pib.nic.in/release/release.asp?relid=57307 |publisher=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]] |date=25 January 2010 |accessdate=25 January 2010}}</ref><ref>[http://ibnlive.in.com/news/full-list-2012-padma-awards/224135-53.html ibnlive.in.com], full list of 2012 awardees</ref> <ref>{{cite web|last=press|first=release|title=2013 Padma Awards announced|url=http://www.mha.nic.in/pdfs/Padma(E)2013.pdf|publisher=Ministry of Home Affairs (India)|accessdate=26 January 2013}}</ref>
 
==পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা==
"https://as.wikipedia.org/wiki/পদ্মশ্ৰী"ৰ পৰা অনা হৈছে