যন্তৰ মন্তৰ (জয়পুৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 23 interwiki links, now provided by Wikidata on d:q508634 (translate me)
infobox image adjustment
1 নং শাৰী:
{{coord|26.92472|N|75.82444|E|region:IN-DL_type:landmark_scale:50|display=title}}
{{India stub}}
{{Infobox World Heritage Site
|WHS = যন্তৰ মন্তৰ (জয়পুৰ)
|Image = [[File:Jantar Mantar at Jaipur.jpg|250px]]
|imagecaption= জয়পুৰৰ যন্তৰ মন্তৰ
|State Party = [[ভাৰত]]
|Type = সাংস্কৃতিক
Line 11 ⟶ 12:
|Session = ৩৪ তম
|Link = http://whc.unesco.org/en/list/1338/
| locmapin = India Rajasthan
| latitude = 26.92472
| longitude = 75.82444
}}
 
[[জয়পুৰ]]ৰ যন্তৰ মন্তৰ ({{lang-en|Jantar Mantar}}) কেইবাটাও [[জ্যোতিৰ্বিজ্ঞান]] যন্ত্ৰ স্থাপত্যৰ সমষ্টি। ১৭২৭ চনৰ পৰা ১৭৩৪ চনৰ মধ্যবৰ্তী সময়ত মহাৰাজা দ্বিতীয় জয়সিংহই জয়পুৰত যন্তৰ মন্তৰ নিৰ্মাণ কৰে । তেওঁ এই ধৰণৰ পাঁচটা স্থাপত্য, পাঁচটা ভিন্ন ভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ মাজৰ দুটা [[দিল্লী]] আৰু [[জয়পুৰ]]ত অৱস্থিত। জয়পুৰ মানমন্দিৰটো আছিল বৃহত্তম আৰু ইয়াত তেওঁ ২০টি স্থায়ী যন্ত্ৰ স্থাপন কৰিছিল। [[মোগল সাম্ৰাজ্য]]ৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই [[ইউনেস্কো]] বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়।<ref name=Jantar>{{Cite web|url=http://whc.unesco.org/en/list/1338|title=Jantar Mantar, Jaipur|accessdate=2010-10-07|publisher=UNESCO}}</ref><ref name=Mantar>{{Cite web|url= http://whc.unesco.org/archive/advisory_body_evaluation/1338.pdf|format=pdf|title= Jantar Mantar, Jaipur|accessdate=2010-10-07|publisher=UNESCO}}</ref>
 
{{-}}
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
Line 29 ⟶ 28:
*[http://indiatourism.ws/rajasthan/jaipur/jantar_mantar/ Jantar Mantar] photographs, 2012
 
{{India stub}}
{{World Heritage Sites in India}}