দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
15 নং শাৰী:
| death_place =
| genre =
| occupation = গায়িকাকণ্ঠশিল্পী
| instrument =
| years_active = ১৯৫৫-১৯৬৯
24 নং শাৰী:
}}
 
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।
 
==সাংগীতিক জীৱন==
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
 
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref> <ref>http://www.rediff.co.in/news/1998/jan/27padma.htm</ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref name=ast>[http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 Staff reporter, ''Silpi Bota conferred on Dipali Barthakur, Archana Mahanta'', Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২]</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)<ref name=acv>http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref> লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
 
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
* সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
* জোনধনে জোনালীতে
39 নং শাৰী:
 
==উপসংহাৰ==
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱাৰবৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।হয়।<ref name=art />
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
{{reflistReflist}}
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:অসমৰ প্ৰসিদ্ধ ব্যক্তি]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]