দ্যা আছাম ট্ৰিবিউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Assam stub}}
{{Infobox Newspaper
| name =দ্য আছাম ট্ৰিবিউন
Line 23 ⟶ 24:
}}
 
'''দ্য আছাম ট্ৰিবিউন''' ({{lang-en|The Assam Tribune}}) [[গুৱাহাটী]] আৰু [[ডিব্ৰুগড়]]ৰ পৰা প্ৰকাশিত এখন দৈনিক [[ইংৰাজী]] বাতৰি কাকত। [[ভাৰত]]ৰ [[উত্তৰ পূৰ্বাঞ্চল]]ত দ্য আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত।
 
প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে। দ্য আছাম ট্ৰিবিউন ব্যাপক প্ৰচলনৰ সংখ্যাৰ লগতে গুণগত মানদণ্ডৰ বাবেও বহুলভাৱে সমাদৃত। আছে{{Cn}}।
 
দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক [[প্ৰফুল্ল গোবিন্দ বৰুৱা]]। প্ৰফুল্ল গোবিন্দ বৰুৱা [[ৰাধা গোবিন্দ বৰুৱা]]ৰ পুত্ৰ। দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
== বাহ্যিক সংযোগ ==
* [http://www.assamtribune.com/ Official Website]
 
{{অসমৰ বাতৰি কাকত আৰু আলোচনী}}
 
[[শ্ৰেণী:অসমৰ সংবাদ পত্ৰ]]
 
[[en:The Assam Tribune]]