স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
 
স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
17 নং শাৰী:
 
 
ক) <big>সংবেদী স্মৄতি</big> :
 
ইন্দ্ৰিয়ৰ সতে জড়িত স্মৄতি | ই খুউব কম সময়ৰ বাবে চকুৰে দেখা বা কাণেৰে শুনা
 
বা স্পৰ্শ অনুভূতি কম সময়ৰ বাবে ধৰি ৰাখিব পাৰে |
ক) <big>সংবেদী স্মৄতি</big> : ইন্দ্ৰিয়ৰ সতে জড়িত স্মৄতি | ই খুউব কম সময়ৰ বাবে চকুৰে দেখা বা কাণেৰে শুনা
চকুৰে দেখা বা কাণেৰে শুনা বা স্পৰ্শ অনুভূতি কম সময়ৰ বাবে ধৰি ৰাখিব পাৰে |
খ) <big>হ্ৰস্বকালীন স্মৄতি</big> : এক মিনিট নাইবা কিছু চেকেন্দৰ বাবে আমি কিছুমান বস্তু
মনত ৰাখিব পাৰো| যেনেকৈ এটা ফ’ন নাম্বাৰ বা কিছু তথ্য |
 
গ)<big>দীৰ্ঘ কালীন স্মৄতি :</big>
আমাৰ মগজুৰ হিপ্পকেম্পাচ নামৰ অংশটোৰ সহায়ত হ্ৰস্বকালীন স্মৄতিক দীৰ্ঘকালীন স্মৄতিলৈ
ৰূপান্তৰ কৰিব পাৰি|
এটি ছমহীয়া শিশুয়েও দিনটোৰ ২৪ ঘন্টাৰ কথা মনত ৰাখিব পাৰে | নমাহ মানৰ
পৰাহে শিশুটিয়ে অলপ জটিল কথা মনত ৰাখিবলৈ শিকে|
 
Line 135 ⟶ 137:
 
 
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ
ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ
অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত
বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক | যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি |
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে | কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে | ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় |