স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
78 নং শাৰী:
-“কালি ধনৰ কাকডোঙাতো দৈ, নামঘৰতো দৈ |”
 
৪) এক্ৰনিম : ইয়াত প্ৰতিটো মনত ৰাখিব লগীয়া শব্দৰ প্ৰথম আখৰটো লৈ এটা নতুন শব্দ গঠন
শব্দ গঠন কৰা হয়|
যেনে ‘HOMES” এই শব্দটোৱে হ্ৰদ কিছুমানক বুজাইছে-
Huron, Ontario, Michigan, Erie, and Superior.
 
৫) মিত্ৰাক্ষৰ বা ছন্দ যুক্ত পদ্য : কিছুমান সহজে মনত থকা বা পদ্য আকাৰে সজাই লোৱা
বাকাংশ্য | য়েনে মাহ বোৰ দিন মনত ৰাখিবলৈ-
 
“ত্ৰিশ দিনে হ্য় মাহ চেপ্তেম্বৰ
160 নং শাৰী:
আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি
হ্ৰাস কৰাত সহায়ক হয় |
স্মৰণ শক্তি বঢ়োৱাত খাদ্যৰো কিছু ভূমিকা আছে | ফলমূল, শাক –পাচলি, পৰিশোধিত নকৰা আটা, চাউল, ঘেহু, ওটমিল, আৰু ওমেগা ৩-ফেটি এচিড( বিষেশকৈ চালমন, টুনা, মেকেৰেল, চাৰদিন আদি মাছ) সেউজীয়া চাহ আদি খাদ্য তালিকা্ত অন্তৰভুক্ত কৰক | চেচুৰেটেড ফেট যেনে – ৰঙা মাংস, সৰ থকা গাখীৰ, বাটাৰ, চীজ, ক্ৰীম, আদি কমাই খাব |
 
সৰ্বশেষত ইয়াকে কব পাৰি শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ আৰু অটুট স্মৄতি শক্তিৰ বাবে হাঁহি ভৰা জীৱন যাপন কৰক |
 
স্মৰণ শক্তি বঢ়োৱাত খাদ্যৰো কিছু ভূমিকা আছে | ফলমূল, শাক –পাচলি, পৰিশোধিত নকৰা আটা,
চাউল, ঘেহু, ওটমিল, আৰু ওমেগা ৩-ফেটি এচিড( বিষেশকৈ চালমন, টুনা, মেকেৰেল, চাৰদিন আদি মাছ)
সেউজীয়া চাহ আদি খাদ্য তালিকা্ত অন্তৰভুক্ত কৰক | চেচুৰেটেড ফেট যেনে – ৰঙা মাংস, সৰ থকা গাখীৰ,
বাটাৰ, চীজ, ক্ৰীম, আদি কমাই খাব |
সৰ্বশেষত ইয়াকে কব পাৰি শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ আৰু অটুট স্মৄতি শক্তিৰ বাবে হাঁহি ভৰা জীৱন যাপন কৰক |
জীৱন যাপন কৰক |
কবি অস্কাৰ ৱাইল্ডে কৈছে – স্মৄতি হৈছে এখন ডায়েৰী যাক আমি সকলোৱে সদায়ে লগত লৈ ফুৰো |