স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
স্মৃতি শক্তি , স্মৄতি বঢ়োৱাৰ কৌশল
141 নং শাৰী:
ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ
অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু
এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক | যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি |
বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক | যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি |
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে | কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে | ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় |
সঠিক উত্তেজকৰ সহায়ত আমাৰ মগজুৱে নতুন নতুন স্নায়ু মন্ডলী গঠন, উন্নীত কৰণ আৰু ৰুপান্তৰ কৰিব পাৰে | সকলো পৰিবেশতে খাপ খাই পৰাৰ অভিযুয্যতা ইয়াৰ আছে | আৰু নকৈ শিকা আৰু স্মৄতি শক্তিৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰাকৄতিক শক্তিৰে আমাৰ স্মৰণ শক্তি বঢ়াব পাৰো |
স্মৄতি শক্তি বঢ়াবলৈ তলত দিয়া কথা কেইটালৈ লক্ষ্য ৰাখিব | দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম |
শাৰীৰিক পৰিশ্ৰমে আমাৰ মগজুলৈ বৰ্ধিত পৰিমাণত অক্সিজেনৰ যোগান ধৰে আৰু ইয়ে আমাৰ মগজুক স্মৃতি বিভ্ৰমত ভোগা অসুখ বোৰৰ পৰা আঁতৰত ৰাখে | পৰিশ্ৰমৰ সময়ত নি:সৰণ হোৱা ৰাসায়নিক পদাৰ্থ সমূহেও মগজুৰ কোষ সমূহক ৰক্ষা কৰাত সহায় কৰে | কম পৰিমাণৰ টোপনিয়ে আমাৰ মগজুৰ সৄষ্টি শক্তি , সমস্যা সমাধান কৰিব পৰা শক্তি, সমালোচনাত্মক আৰু গঠন মূলক চিন্তা –চৰ্চ্চাত প্ৰভাৱ পেলায় | গৱেষণাত দেখা গৈছে যে গভীৰ টোপনিৰ সময় চোৱাত আমাৰ স্মৰন শক্তি বৄদ্ধি হোৱা কাৰ্য্য সমূহ সম্পাদন হয় |বন্ধু- বান্ধৱৰ সৈতে আজৰি সময় খিনি হাঁহি ধেমালীৰে পাৰ কৰক |
দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম |
শাৰীৰিক পৰিশ্ৰমে আমাৰ মগজুলৈ বৰ্ধিত পৰিমাণত অক্সিজেনৰ যোগান ধৰে আৰু ইয়ে আমাৰ মগজুক স্মৃতি বিভ্ৰমত ভোগা অসুখ বোৰৰ পৰা আঁতৰত ৰাখে | পৰিশ্ৰমৰ সময়ত নি:সৰণ হোৱা ৰাসায়নিক পদাৰ্থ সমূহেও মগজুৰ কোষ সমূহক ৰক্ষা কৰাত সহায় কৰে | কম পৰিমাণৰ টোপনিয়ে আমাৰ মগজুৰ সৄষ্টি শক্তি , সমস্যা সমাধান কৰিব পৰা শক্তি, সমালোচনাত্মক আৰু গঠন মূলক চিন্তা –চৰ্চ্চাত প্ৰভাৱ পেলায় | গৱেষণাত দেখা গৈছে যে গভীৰ টোপনিৰ সময় চোৱাত আমাৰ স্মৰন শক্তি বৄদ্ধি হোৱা কাৰ্য্য সমূহ সম্পাদন হয় |
বন্ধু- বান্ধৱৰ সৈতে আজৰি সময় খিনি হাঁহি ধেমালীৰে পাৰ কৰক |
নিজৰ পচন্দ অনুযায়ী যিকোনো এটা ৰুচি বাচি লওক | মানুহ সমাজ প্ৰিয় প্ৰাণী | সকলোৰে সৈতে পাৰস্পৰিক সু-সম্পৰ্ক বজাই ৰাখক |
অৰ্থপূৰ্ণ আৰু ঘনিষ্ঠ সম্পৰ্ক ই আবেগিক আৰু মগজুৰ উত্তেজক হিচাবে কাম কৰে | স্বেৱাসেৱী অনুষ্ঠান বা ক্লাৱত যোগ দিব পাৰে নাইবা পোহনীয়া জীৱ – জন্তুৱেও আপোনাক সঙ্গ দিব পাৰে |
Line 157 ⟶ 154:
আৰু পাহৰা |
বৈজ্ঞানীক সম্পৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে মেডিটেচন বা ধ্যানে আমাৰ মগজুৰ প্ৰি ফ্ৰনটেল নামৰ অংশটোক বেছি কায্যক্ষম কৰি তোলে| আমাৰ সুখানুভূতি আৰু নিৰুদ্বেগ অৱস্থাও মগজুৰ এই অংশটোৰ অধীনত থাকে | ধ্যান্যাভাষে আমাৰ মস্তিস্কৰ চেৰিব্ৰেল কৰটেক্সৰ অংশ প্ৰগাঢ় কৰি নিউৰণ বিলাকৰ বান্ধোন কটকটীয়া কৰে | এই সকলো বিলাকে মগজুৰ তীক্ষ্নতা আৰু দক্ষতা বঢ়োৱাত সহায় কৰে|
ধ্যানৰ আন কিছুমান সুফল হ’ল- মনঃসংযোগ , সৄজনীশীলতা বঢ়োৱা, আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি হ্ৰাস কৰাত সহায়ক হয় |
স্মৰণ শক্তি বঢ়োৱাত খাদ্যৰো কিছু ভূমিকা আছে | ফলমূল, শাক –পাচলি, পৰিশোধিত নকৰা আটা,
আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি
হ্ৰাস কৰাত সহায়ক হয় |
 
 
স্মৰণ শক্তি বঢ়োৱাত খাদ্যৰো কিছু ভূমিকা আছে | ফলমূল, শাক –পাচলি, পৰিশোধিত নকৰা আটা,
চাউল, ঘেহু, ওটমিল, আৰু ওমেগা ৩-ফেটি এচিড( বিষেশকৈ চালমন, টুনা, মেকেৰেল, চাৰদিন আদি মাছ)
সেউজীয়া চাহ আদি খাদ্য তালিকা্ত অন্তৰভুক্ত কৰক | চেচুৰেটেড ফেট যেনে – ৰঙা মাংস, সৰ থকা গাখীৰ,