স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ
113 নং শাৰী:
১৪) মুখৰ ছবি মনত ৰাখিবলৈ মানুহজনৰ কিছু অগতানুগতিক বৈশিষ্টলৈ মন কৰক|
 
<big>==ছাত্ৰ- ছাত্ৰীৰ উপযোগী কিছু কৌশল :</big>==
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক | যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি |ইত্যাদি।
 
 
 
 
 
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ
ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ
অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু
এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক | যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি |
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে | কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে | ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় |
সঠিক উত্তেজকৰ সহায়ত আমাৰ মগজুৱে নতুন নতুন স্নায়ু মন্ডলী গঠন, উন্নীত কৰণ আৰু ৰুপান্তৰ কৰিব পাৰে | সকলো পৰিবেশতে খাপ খাই পৰাৰ অভিযুয্যতা ইয়াৰ আছে | আৰু নকৈ শিকা আৰু স্মৄতি শক্তিৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰাকৄতিক শক্তিৰে আমাৰ স্মৰণ শক্তি বঢ়াব পাৰো |
Line 143 ⟶ 135:
সৰ্বশেষত ইয়াকে কব পাৰি শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ আৰু অটুট স্মৄতি শক্তিৰ বাবে হাঁহি ভৰা
জীৱন যাপন কৰক |
কবি অস্কাৰ ৱাইল্ডে কৈছে – স্মৄতি হৈছে এখন ডায়েৰী যাক আমি সকলোৱে সদায়ে লগত লৈ ফুৰো |ফুৰো।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
*{{SEP|memory}}
*{{PhilPapers|category|memory}}
*{{InPho|taxonomy|2393}}
* {{In Our Time|Memory|p00548yy|Memory}}
* [http://www.nlm.nih.gov/medlineplus/memory.html Memory-related resources] from the [[National Institutes of Health]].