স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা স্মৄতি শক্তিৰ পৰা স্মৃতি শক্তিলৈ Ani ttbrয়ে স্থানান্তৰ কৰিলে
17 নং শাৰী:
আমাৰ মগজুৰ হিপ্পকেম্পাচ নামৰ অংশটোৰ সহায়ত হ্ৰস্বকালীন স্মৄতিক দীৰ্ঘকালীন স্মৄতিলৈ ৰূপান্তৰ কৰিব পাৰি। এটি ছমহীয়া শিশুয়েও দিনটোৰ ২৪ ঘন্টাৰ কথা মনত ৰাখিব পাৰে। নমাহ মানৰ পৰাহে শিশুটিয়ে অলপ জটিল কথা মনত ৰাখিবলৈ শিকে|
==স্মৃতি শক্তি==
==স্মৄতি বিভ্ৰম==
বৄদ্ধ বয়সত মানুহে কথা পাহৰিবলৈ ধৰে। এলঝেইমাৰ নামৰ ৰোগ বিধতো স্মৰণ শক্তি কমি যায়। সাম্প্ৰতিক বা অতীত এই দুই ধৰণৰ স্মৄতিয়েই লাহে লাহে লোপ পায় আৰু ৰোগী বিস্মৄতিৰ কবলত পৰে। অত্যাধিক মানসিক চাপ বা দীৰ্ঘদিনীয়া মানসিক অৱসাদেও স্মৃতি শক্তি দুৰ্ব্বল কৰিব পাৰে।
 
বৄদ্ধ বয়সত মানুহে কথা পাহৰিবলৈ ধৰে| এলঝেইমাৰ নামৰ ৰোগ বিধতো স্মৰণ
শক্তি কমি যায়| সাম্প্ৰতিক বা অতীত এই দুই ধৰণৰ স্মৄতিয়েই লাহে লাহে লোপ
পায় আৰু ৰোগী বিস্মৄতিৰ কবলত পৰে| অত্যাধিক মানসিক চাপ বা দীৰ্ঘদিনীয়া
মানসিক অৱসাদেও স্মৄতি শক্তি দুৰ্ব্বল কৰিব পাৰে|
 
==স্মৰণ শক্তি উন্নত কৰো আহক==