"স্মৃতি শক্তি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,063 বাইট বিলোপ কৰা হ’ল ,  8 বছৰৰ পূৰ্বে
 
==স্মৰণ শক্তি উন্নত কৰো আহক==
যেনেকৈ শাৰীৰিক পৰিশ্ৰম আৰু সুষম আহাৰৰ দ্বাৰা মানুহৰ দেহক সুস্থ সবল কৰি ৰাখিব পাৰি থিক তেনেকৈ মানুহৰ মগজুৰো সঠিক ব্যায়াম আৰু আহাৰৰ দ্বাৰা স্মৃতি শক্তি বদ্ধি কৰিব পাৰি।
 
===মগজুৰ ব্যায়াম ===
যেনেকৈ শাৰীৰিক পৰিশ্ৰম আৰু সুষম আহাৰৰ দ্বাৰা মানুহৰ দেহক সুস্থ
*যিকোনো নতুন কাম বা মগজু খটোৱা কাম এটা বিচাৰি লওক | চাব কামটো যাতে আগতে কৰা ধৰণৰ নহয় আৰু খুউব সহজো নহয় |
সবল কৰি ৰাখিব পাৰি থিক তেনেকৈ মানুহৰ মগজুৰো সঠিক ব্যায়াম আৰু
*প্ৰত্যাহ্বান পূৰ্ণ কাম: কামটোৱে যাতে আপোনাৰ মনৰ পৰিসৰ বৄদ্ধি কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব। যেনে নতুন ভাষা শিকা, বাদ্য যন্ত্ৰ শিকা, শব্দ –শৄংখল বা চুদুকু শিকা ইত্যাদি |
আহাৰৰ দ্বাৰা স্মৃতি শক্তি বদ্ধি কৰিব পাৰি|
*কামটো যাতে শাৰিৰিক আৰু মানসিক ভাৱে সন্তোষ্টিদায়ক হয়| কামটো আনন্দদায়ক কৰিবলৈ আপুনি ভাল পোৱা সঙ্গীত শুনিব পাৰে | আগ্ৰহ আৰু পৰিবেশটো আনন্দ মুখৰ হলে মগজুৱে বেছি সোনকালে কাম সম্পন্ন কৰিব পাৰে| কামটো সমাধা হ’লে নিজকে পুৰস্কৄত কৰিবলৈ নাপাহৰিব।
 
===mnemonic বা স্মৄতি সহায়ক কৌশল===
১) <big>মগজুৰ ব্যায়াম :</big>
*দৄষ্টি কৌশল : উদাহৰণ যদি আপুনি গোলাপী বৰা নামটো মনত ৰাখিব খুজিছে তেন্তে এপাচি বৰা চাউলৰ মাজত কেইপাহমান গোলাপৰ কল্পনা কৰক|
*বাক্য কৌশল : কিছুমান বাক্য গঠন কৰক যিবোৰৰ প্ৰথম আখৰটো নাইবা শব্দটো আপুনি মনত ৰাখিব লগীয়া বাক্যাংশ | পঢ়ি থকা ল’ৰা ছোৱালীৰ বাবে এই কৌশল খুউব উপযোগী। যেনে আপুনি গোলাঘাট জিলাৰ নদী কিখনৰ নাম মনত ৰাখিব খুজিছে – ধনশিৰি, দৈয়াং, দৈগ্ৰোং, নামবৰ, কাকডোঙা, কালিয়নি,-“কালি ধনৰ কাকডোঙাতো দৈ, নামঘৰতো দৈ |”
*এক্ৰনিম : ইয়াত প্ৰতিটো মনত ৰাখিব লগীয়া শব্দৰ প্ৰথম আখৰটো লৈ এটা নতুন শব্দ গঠন কৰা হয়| যেনে ‘HOMES” এই শব্দটোৱে হ্ৰদ কিছুমানক বুজাইছে-Huron, Ontario, Michigan, Erie, and Superior.
*মিত্ৰাক্ষৰ বা ছন্দ যুক্ত পদ্য : কিছুমান সহজে মনত থকা বা পদ্য আকাৰে সজাই লোৱা বাকাংশ্য। যেনে মাহ বোৰ দিন মনত ৰাখিবলৈ-
 
<poem><center>
ক) যিকোনো নতুন কাম বা মগজু খটোৱা কাম এটা বিচাৰি লওক | চাব কামটো যাতে
“ত্ৰিশ দিনে হ্য় মাহ চেপ্তেম্বৰ
আগতে কৰা ধৰণৰ নহয় আৰু খুউব সহজো নহয় |
এপ্ৰিল , জুন আৰু নবেম্বৰ
বাকী সকলো হয় একত্ৰিশ দিনে শেষ
২৮দিনিয়া ফেব্ৰুৱাৰী মাহ কৰিলো উল্লেখ
২৯ দিনে হয় লিপ-ইয়েৰৰ উন্মেষ”
</center></poem>
 
*ডাঙৰ শব্দক টুকুৰা-টুকুৰিকৈ মনত ৰখা:ডাঙৰ শব্দক বা নাম্বাৰক খন্ডিত কৰি মনত ৰাখিব পাৰি – যেনে টেলিফ’ন নং – ৫৫৫-৮৭৬-৭৪৩,
খ) প্ৰত্যাহ্বান পূৰ্ণ কাম :
*লকি’ৰ কৌশল : মনত ৰাখিবলগীয়া শব্দ বোৰ আপুনি অহা-যোৱা কৰা চিনাকী বাট টোত, বা কোঠা ত কল্পনা কৰক| ধৰক বজাৰৰ পৰা আনিব লগীয়া বস্তবোৰৰ এখন তালিকা , আপুনি এনে ধৰণে মনত ৰাখিব পাৰে - কল এঠোক আপোনাৰ দুৱাৰ দলিত, চফা খনত গাখীৰ এগিলাচ, ফেন খনত ওলমি আছে কণী বোৰ, ইত্যাদি। নাইবা একেই কৌশল বাট টোতো কল্পনা কৰিব পাৰে|
*মনোযোগ দিয়ক : কোনো কথা শুনোতে বা চাওঁতে খুউব মনোযোগেৰে কৰক। যিকোনো কথা মনত ৰাখিবলৈ আমি ৮ চেকেন্ড অতন্ত্য নিবিষ্টতাৰে মনোনিবেশ কৰাতো প্ৰয়োজনীয়।
কামটোৱে যাতে আপোনাৰ মনৰ পৰিসৰ বৄদ্ধি কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব |
* একাধিক ইন্দ্ৰিয়ক সংযুক্ত কৰক : সকলো ধৰণৰ তথ্য আহৰণ কৰক, ৰং, গাঠনি, গোন্ধ, স্পৰ্শ আৰু স্বাদ। লিখা কথা সহজে মনত থাকে। ডাঙৰ ডাঙৰ কৈ পঢ়িলে আৰু সহজে মনত থাকে।
যেনে নতুন ভাষা শিকা, বাদ্য যন্ত্ৰ শিকা, শব্দ –শৄংখল বা চুদুকু শিকা ইত্যাদি |
*সংযোগ কৰক : আপুনি আগতে জনা তথ্য বোৰৰ লগত নতুন তথ্য সংযোগ কৰি মনত ৰাখিবলৈ চেষ্টা কৰক।
*জটিল বিষয় বস্ত : বেছি জটিল বিষয় বস্তুৰ মূল বিষয় টোহে মনত ৰাখিবলৈ চেষ্টা কৰক,আৰু সাৰাংশ খিনি নিজৰ ভাষাত বন্ধু বান্ধৱ বা আনৰ আগত কওঁক।
গ) কামটো যাতে শাৰিৰিক আৰু মানসিক ভাৱে সন্তোষ্টিদায়ক হয়| কামটো আনন্দদায়ক
*অনুশীলন কৰক : আপুনি নতুনকৈ আহৰন কৰা বা জনা তথ্য খিনি আওঁৰাওক। দিনটোত শিকা কথা খিনিৰাতি এবাৰ মনত পেলাওক বা মাজে মাজে আগৰ কথা মনত পেলাবলৈ চেষ্টা কৰক|
কৰিবলৈ আপুনি ভাল পোৱা সঙ্গীত শুনিব পাৰে | আগ্ৰহ আৰু পৰিবেশটো আনন্দ মুখৰ হলে
*সাধুৰ পদ্ধতি : দীঘলীয়া কথা মনত ৰাখিবলৈ এটা সাধুৰ আশ্ৰয় লওক আৰু সাধুটোতে মনত ৰাখিবলগীয়া চৰিত্ৰ বোৰ গাঠি লওক। ইয়াত মূল ভাৱ টো হ’ল যে কোনো এটা বিষয় মনত ৰাখিবলগীয়া হ’লে সকলো কথা একেডাল জৰীৰে বান্ধি পেলালে ভালদৰে মনত থাকে।
মগজুৱে বেছি সোনকালে কাম সম্পন্ন কৰিব পাৰে| কামটো সমাধা হ’লে নিজকে পুৰস্কৄত
*মুখৰ ছবি মনত ৰাখিবলৈ মানুহজনৰ কিছু অগতানুগতিক বৈশিষ্টলৈ মন কৰক|
কৰিবলৈ নাপাহৰিব|
 
২) mnemonic বা স্মৄতি সহায়ক কৌশল
ক) দৄষ্টি কৌশল :
উদাহৰণ যদি আপুনি গোলাপী বৰা নামটো মনত ৰাখিব খুজিছে তেন্তে এপাচি বৰা
চাউলৰ মাজত কেইপাহমান গোলাপৰ কল্পনা কৰক|
 
৩) বাক্য কৌশল :
কিছুমান বাক্য গঠন কৰক যিবোৰৰ প্ৰথম আখৰটো নাইবা শব্দটো আপুনি
মনত ৰাখিব লগীয়া বাক্যাংশ | পঢ়ি থকা ল’ৰা ছোৱালীৰ বাবে এই কৌশল খুউব
উপযোগী|
যেনে আপুনি গোলাঘাট জিলাৰ নদী কিখনৰ নাম মনত ৰাখিব খুজিছে –
ধনশিৰি, দৈয়াং, দৈগ্ৰোং,
নামবৰ, কাকডোঙা, কালিয়নি,
-“কালি ধনৰ কাকডোঙাতো দৈ, নামঘৰতো দৈ |”
 
৪) এক্ৰনিম : ইয়াত প্ৰতিটো মনত ৰাখিব লগীয়া শব্দৰ প্ৰথম আখৰটো লৈ এটা নতুন
শব্দ গঠন কৰা হয়|
যেনে ‘HOMES” এই শব্দটোৱে হ্ৰদ কিছুমানক বুজাইছে-
Huron, Ontario, Michigan, Erie, and Superior.
 
৫) মিত্ৰাক্ষৰ বা ছন্দ যুক্ত পদ্য : কিছুমান সহজে মনত থকা বা পদ্য আকাৰে সজাই লোৱা
বাকাংশ্য | য়েনে মাহ বোৰ দিন মনত ৰাখিবলৈ-
 
“ত্ৰিশ দিনে হ্য় মাহ চেপ্তেম্বৰ
এপ্ৰিল , জুন আৰু নবেম্বৰ
বাকী সকলো হয় একত্ৰিশ দিনে শেষ
২৮দিনিয়া ফেব্ৰুৱাৰী মাহ কৰিলো উল্লেখ
২৯ দিনে হয় লিপ-ইয়েৰৰ উন্মেষ”
 
 
 
৬) ডাঙৰ শব্দক টুকুৰা-টুকুৰিকৈ মনত ৰখা:
ডাঙৰ শব্দক বা নাম্বাৰক খন্ডিত কৰি মনত ৰাখিব পাৰি – যেনে
টেলিফ’ন নং – ৫৫৫-৮৭৬-৭৪৩,
৭) লকি’ৰ কৌশল : মনত ৰাখিবলগীয়া শব্দ বোৰ আপুনি অহা-যোৱা কৰা
চিনাকী বাট টোত, বা কোঠা ত কল্পনা কৰক| ধৰক বজাৰৰ পৰা আনিব
লগীয়া বস্তবোৰৰ এখন তালিকা , আপুনি এনে ধৰণে মনত ৰাখিব পাৰে –
কল এঠোক আপোনাৰ দুৱাৰ দলিত, চফা খনত
গাখীৰ এগিলাচ, ফেন খনত ওলমি আছে কণী বোৰ, ইত্যাদি|
নাইবা একেই কৌশল বাট টোতো কল্পনা কৰিব পাৰে|
৮) মনোযোগ দিয়ক : কোনো কথা শুনোতে বা চাওঁতে খুউব মনোযোগেৰে কৰক|
যিকোনো কথা মনত ৰাখিবলৈ আমি ৮ চেকেন্ড অতন্ত্য নিবিষ্টতাৰে মনোনিবেশ কৰাতো
প্ৰয়োজনীয়|
 
৯) একাধিক ইন্দ্ৰিয়ক সংযুক্ত কৰক :
সকলো ধৰণৰ তথ্য আহৰণ কৰক, ৰং, গাঠনি, গোন্ধ, স্পৰ্শ আৰু স্বাদ |
লিখা কথা সহজে মনত থাকে| ডাঙৰ ডাঙৰ কৈ পঢ়িলে আৰু সহজে মনত থাকে |
 
১০) সংযোগ কৰক : আপুনি আগতে জনা তথ্য বোৰৰ লগত
নতুন তথ্য সংযোগ কৰি মনত ৰাখিবলৈ চেষ্টা কৰক |
১১) জটিল বিষয় বস্ত : বেছি জটিল বিষয় বস্তুৰ মূল বিষয় টোহে মনত ৰাখিবলৈ চেষ্টা কৰক,
আৰু সাৰাংশ খিনি নিজৰ ভাষাত বন্ধু বান্ধৱ বা আনৰ আগত কওঁক |
 
১২) অনুশীলন কৰক :
আপুনি নতুনকৈ আহৰন কৰা বা জনা তথ্য খিনি আওঁৰাওক | দিনটোত শিকা কথা খিনি
ৰাতি এবাৰ মনত পেলাওক বা মাজে মাজে আগৰ কথা মনত পেলাবলৈ চেষ্টা কৰক|
 
১৩) সাধুৰ পদ্ধতি : দীঘলীয়া কথা মনত ৰাখিবলৈ এটা সাধুৰ আশ্ৰয় লওক আৰু
সাধুটোতে মনত ৰাখিবলগীয়া চৰিত্ৰ বোৰ গাঠি লওক | ইয়াত মূল ভাৱ টো হ’ল যে কোনো
এটা বিষয় মনত ৰাখিবলগীয়া হ’লে সকলো কথা একেডাল জৰীৰে বান্ধি পেলালে
ভালদৰে মনত থাকে|
১৪) মুখৰ ছবি মনত ৰাখিবলৈ মানুহজনৰ কিছু অগতানুগতিক বৈশিষ্টলৈ মন কৰক|
 
==ছাত্ৰ- ছাত্ৰীৰ উপযোগী কিছু কৌশল==
6,277

টা সম্পাদনা