স্মৃতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

53 নং শাৰী:
 
==ছাত্ৰ- ছাত্ৰীৰ উপযোগী কিছু কৌশল==
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক| পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক| ৰুচি অনুযায়ী কোঠাটো সজাই লওক| সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় | পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে | পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক | পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন | যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক | ছবিৰ সহায় লওক | আনক শিকাওক | আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক | পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক | আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক | খৰকৈ পঢ়াৰ অভ্যাস কৰক | স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক |লওক। যেনে কাৰ্ড মিলোৱা, zig-zag puzzle বা হাঁচতি খেল , কুইজ ইত্যাদি।
 
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে | কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে | ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় |
সঠিক উত্তেজকৰ সহায়ত আমাৰ মগজুৱে নতুন নতুন স্নায়ু মন্ডলী গঠন, উন্নীত কৰণ আৰু ৰুপান্তৰ কৰিব পাৰে | সকলো পৰিবেশতে খাপ খাই পৰাৰ অভিযুয্যতা ইয়াৰ আছে | আৰু নকৈ শিকা আৰু স্মৄতি শক্তিৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰাকৄতিক শক্তিৰে আমাৰ স্মৰণ শক্তি বঢ়াব পাৰো |পাৰো।
 
স্মৄতি শক্তি বঢ়াবলৈ তলত দিয়া কথা কেইটালৈ লক্ষ্য ৰাখিব | দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম |
স্মৄতি শক্তি বঢ়াবলৈ তলত দিয়া কথা কেইটালৈ লক্ষ্য ৰাখিব | দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম। শাৰীৰিক পৰিশ্ৰমে আমাৰ মগজুলৈ বৰ্ধিত পৰিমাণত অক্সিজেনৰ যোগান ধৰে আৰু ইয়ে আমাৰ মগজুক স্মৃতি বিভ্ৰমত ভোগা অসুখ বোৰৰ পৰা আঁতৰত ৰাখে | পৰিশ্ৰমৰ সময়ত নি:সৰণ হোৱা ৰাসায়নিক পদাৰ্থ সমূহেও মগজুৰ কোষ সমূহক ৰক্ষা কৰাত সহায় কৰে | কম পৰিমাণৰ টোপনিয়ে আমাৰ মগজুৰ সৄষ্টি শক্তি , সমস্যা সমাধান কৰিব পৰা শক্তি, সমালোচনাত্মক আৰু গঠন মূলক চিন্তা –চৰ্চ্চাত প্ৰভাৱ পেলায় | গৱেষণাত দেখা গৈছে যে গভীৰ টোপনিৰ সময় চোৱাত আমাৰ স্মৰন শক্তি বৄদ্ধি হোৱা কাৰ্য্য সমূহ সম্পাদন হয় |বন্ধু- বান্ধৱৰ সৈতে আজৰি সময় খিনি হাঁহি ধেমালীৰে পাৰ কৰক |কৰক।
 
নিজৰ পচন্দ অনুযায়ী যিকোনো এটা ৰুচি বাচি লওক | মানুহ সমাজ প্ৰিয় প্ৰাণী | সকলোৰে সৈতে পাৰস্পৰিক সু-সম্পৰ্ক বজাই ৰাখক |
নিজৰ পচন্দ অনুযায়ী যিকোনো এটা ৰুচি বাচি লওক | মানুহ সমাজ প্ৰিয় প্ৰাণী | সকলোৰে সৈতে পাৰস্পৰিক সু-সম্পৰ্ক বজাই ৰাখক। অৰ্থপূৰ্ণ আৰু ঘনিষ্ঠ সম্পৰ্ক ই আবেগিক আৰু মগজুৰ উত্তেজক হিচাবে কাম কৰে | স্বেৱাসেৱী অনুষ্ঠান বা ক্লাৱত যোগ দিব পাৰে নাইবা পোহনীয়া জীৱ – জন্তুৱেও আপোনাক সঙ্গ দিব পাৰে |
 
হাঁহক আৰু হঁহুৱাক | বিশিষ্ট মনোবিজ্ঞানী ডেনিয়েল গ’লমেনে তেওঁৰ কিতাপ “ আবেগিক বুদ্ধিমত্তাত” কৈছে-“ হাঁহিয়ে মানুহক বহলকৈ ভাৱিবলৈ আৰু সহজে সহযোগ কৰিবলৈ শিকায় |”
হাঁহক আৰু হঁহুৱাক | বিশিষ্ট মনোবিজ্ঞানী ডেনিয়েল গ’লমেনে তেওঁৰ কিতাপ “ আবেগিক বুদ্ধিমত্তাত” কৈছে-“ হাঁহিয়ে মানুহক বহলকৈ ভাৱিবলৈ আৰু সহজে সহযোগ কৰিবলৈ শিকায়।” নিজক লৈ হাঁহিবলৈ শিকক | ধেমালী ভালপোৱা কৌতুক পূৰ্ণ মানুহৰ সৈতে কিছু সময় কটাওক | আপোনাৰ চাৰিও কাষৰ পৰিবেশতো সজীৱ কৰি তোলক | আপোনাৰ পৰিয়ালৰ সুখৰ মূহূৰ্ত্তৰ ফ’টো এখন সজাই থওক | সৰু – সৰু ল’ৰা ছোৱালীৰ সতে কিছু সময় পাৰ কৰক। দুশ্চিন্তা পৰিহাৰ কৰি ছাপ মুক্ত জীৱন বাচি লওক | উত্কন্ঠা মগজুৰ প্ৰধান শত্ৰু | যদিও কম পৰিমাণৰ ছাপে আমাক লক্ষ্য স্থানত উপনীত কৰাত সহায় কৰে, তথাপিও অধিক আৰু নিৰবিছিন্ন হেঁচাই মানুহক অস্থিৰ কৰি তোলে| মনলৈ হতাশা বা বিষন্নতা আহিবলৈ নিদিব | হতাশাৰ প্ৰধান লক্ষণ হ’ল মনোযোগ হীনতা, সিদ্ধান্ত লোৱাত অপাৰগতা, আৰু পাহৰা। বৈজ্ঞানীক সম্পৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে মেডিটেচন বা ধ্যানে আমাৰ মগজুৰ প্ৰি ফ্ৰনটেল নামৰ অংশটোক বেছি কায্যক্ষম কৰি তোলে| আমাৰ সুখানুভূতি আৰু নিৰুদ্বেগ অৱস্থাও মগজুৰ এই অংশটোৰ অধীনত থাকে | ধ্যান্যাভাষে আমাৰ মস্তিস্কৰ চেৰিব্ৰেল কৰটেক্সৰ অংশ প্ৰগাঢ় কৰি নিউৰণ বিলাকৰ বান্ধোন কটকটীয়া কৰে | এই সকলো বিলাকে মগজুৰ তীক্ষ্নতা আৰু দক্ষতা বঢ়োৱাত সহায় কৰে| ধ্যানৰ আন কিছুমান সুফল হ’ল- মনঃসংযোগ , সৄজনীশীলতা বঢ়োৱা, আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি হ্ৰাস কৰাত সহায়ক হয়।
নিজক লৈ হাঁহিবলৈ শিকক | ধেমালী ভালপোৱা কৌতুক পূৰ্ণ মানুহৰ সৈতে কিছু সময় কটাওক | আপোনাৰ চাৰিও কাষৰ পৰিবেশতো সজীৱ কৰি তোলক | আপোনাৰ পৰিয়ালৰ সুখৰ মূহূৰ্ত্তৰ ফ’টো এখন সজাই থওক | সৰু – সৰু ল’ৰা ছোৱালীৰ সতে কিছু সময় পাৰ কৰক |
দুশ্চিন্তা পৰিহাৰ কৰি ছাপ মুক্ত জীৱন বাচি লওক | উত্কন্ঠা মগজুৰ প্ৰধান শত্ৰু | যদিও কম পৰিমাণৰ ছাপে আমাক লক্ষ্য স্থানত উপনীত কৰাত সহায় কৰে, তথাপিও অধিক আৰু নিৰবিছিন্ন হেঁচাই মানুহক অস্থিৰ কৰি তোলে |
মন্লৈ হতাশা বা বিষন্নতা আহিবলৈ নিদিব | হতাশাৰ প্ৰধান লক্ষণ হ’ল মনোযোগ হীনতা, সিদ্ধান্ত লোৱাত অপাৰগতা,
আৰু পাহৰা |
বৈজ্ঞানীক সম্পৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে মেডিটেচন বা ধ্যানে আমাৰ মগজুৰ প্ৰি ফ্ৰনটেল নামৰ অংশটোক বেছি কায্যক্ষম কৰি তোলে| আমাৰ সুখানুভূতি আৰু নিৰুদ্বেগ অৱস্থাও মগজুৰ এই অংশটোৰ অধীনত থাকে | ধ্যান্যাভাষে আমাৰ মস্তিস্কৰ চেৰিব্ৰেল কৰটেক্সৰ অংশ প্ৰগাঢ় কৰি নিউৰণ বিলাকৰ বান্ধোন কটকটীয়া কৰে | এই সকলো বিলাকে মগজুৰ তীক্ষ্নতা আৰু দক্ষতা বঢ়োৱাত সহায় কৰে|
ধ্যানৰ আন কিছুমান সুফল হ’ল- মনঃসংযোগ , সৄজনীশীলতা বঢ়োৱা, আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা | ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি হ্ৰাস কৰাত সহায়ক হয় |
স্মৰণ শক্তি বঢ়োৱাত খাদ্যৰো কিছু ভূমিকা আছে | ফলমূল, শাক –পাচলি, পৰিশোধিত নকৰা আটা,
চাউল, ঘেহু, ওটমিল, আৰু ওমেগা ৩-ফেটি এচিড( বিষেশকৈ চালমন, টুনা, মেকেৰেল, চাৰদিন আদি মাছ)
সেউজীয়া চাহ আদি খাদ্য তালিকা্ত অন্তৰভুক্ত কৰক | চেচুৰেটেড ফেট যেনে – ৰঙা মাংস, সৰ থকা গাখীৰ,
বাটাৰ, চীজ, ক্ৰীম, আদি কমাই খাব |
সৰ্বশেষত ইয়াকে কব পাৰি শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশ আৰু অটুট স্মৄতি শক্তিৰ বাবে হাঁহি ভৰা
জীৱন যাপন কৰক |
কবি অস্কাৰ ৱাইল্ডে কৈছে – স্মৄতি হৈছে এখন ডায়েৰী যাক আমি সকলোৱে সদায়ে লগত লৈ ফুৰো।
 
==তথ্য সংগ্ৰহ==