"স্মৃতি শক্তি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 বাইট যোগ দিয়া হ’ল ,  8 বছৰৰ পূৰ্বে
uniwikied part hidden
(uniwikied part hidden)
{{unreferenced}}
 
সৰুৰে পৰা বিভিন্ন উৎসৰ যেনে চকু, নাক, কাণ, ছাল আৰু জিভা আদি পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা সংগৄহীত তথ্য আমাৰ মগজুয়ে জমা কৰে। মগজুত জমা ৰখা এই তথ্য ভাণ্ডাৰকে স্মৄতিস্মৃতি বোলা হয় আৰু প্ৰয়োজন অনুসাৰে ইয়াক উলিয়াই আনি ব্যৱহাৰ কৰা হয়। জমা ৰখা তথ্য হেৰাই গ'লে বা সময়ত উপলব্ধ নহ'লে সেয়া দুৰ্বল স্মৄতিস্মৃতি শক্তিৰ লক্ষণ।
 
স্মৃতি জমা ৰখাৰ এই প্ৰক্ৰিয়াটো তিনি ধৰণৰ
*'''পুনৰুদ্ধাৰ''' : দৰকাৰ হলে তথ্য সমূহ বিচাৰি উলিয়াই অনা
 
==সংবেদী স্মৄতিস্মৃতি==
ইন্দ্ৰিয়ৰ সতে জড়িত স্মৄতি।স্মৃতি। ই খুউব কম সময়ৰ বাবে চকুৰে দেখা বা কাণেৰে শুনা বা স্পৰ্শ অনুভূতি কম সময়ৰ বাবে ধৰি ৰাখিব পাৰে।
==হ্ৰস্বকালীন স্মৄতিস্মৃতি==
এক মিনিট নাইবা কিছু চেকেন্দৰ বাবে আমি কিছুমান বস্তু মনত ৰাখিব পাৰো। যেনেকৈ এটা ফ’ন নাম্বাৰ বা কিছু তথ্য।
 
==দীৰ্ঘ কালীন স্মৄতিস্মৃতি ==
আমাৰ মগজুৰ হিপ্পকেম্পাচ নামৰ অংশটোৰ সহায়ত হ্ৰস্বকালীন স্মৄতিকস্মৃতিক দীৰ্ঘকালীন স্মৄতিলৈস্মৃতিলৈ ৰূপান্তৰ কৰিব পাৰি। এটি ছমহীয়া শিশুয়েও দিনটোৰ ২৪ ঘন্টাৰ কথা মনত ৰাখিব পাৰে। নমাহ মানৰ পৰাহে শিশুটিয়ে অলপ জটিল কথা মনত ৰাখিবলৈ শিকে।
==স্মৃতি শক্তি==
বৄদ্ধ বয়সত মানুহে কথা পাহৰিবলৈ ধৰে। এলঝেইমাৰ নামৰ ৰোগ বিধতো স্মৰণ শক্তি কমি যায়। সাম্প্ৰতিক বা অতীত এই দুই ধৰণৰ স্মৄতিয়েইস্মৃতিয়েই লাহে লাহে লোপ পায় আৰু ৰোগী বিস্মৄতিৰবিস্মৃতিৰ কবলত পৰে। অত্যাধিক মানসিক চাপ বা দীৰ্ঘদিনীয়া মানসিক অৱসাদেও স্মৃতি শক্তি দুৰ্ব্বল কৰিব পাৰে।
 
<!--
==স্মৰণ শক্তি উন্নত কৰো আহক==
যেনেকৈ শাৰীৰিক পৰিশ্ৰম আৰু সুষম আহাৰৰ দ্বাৰা মানুহৰ দেহক সুস্থ সবল কৰি ৰাখিব পাৰি থিক তেনেকৈ মানুহৰ মগজুৰো সঠিক ব্যায়াম আৰু আহাৰৰ দ্বাৰা স্মৃতি শক্তি বদ্ধি কৰিব পাৰি।
*কামটো যাতে শাৰিৰিক আৰু মানসিক ভাৱে সন্তোষ্টিদায়ক হয়। কামটো আনন্দদায়ক কৰিবলৈ আপুনি ভাল পোৱা সঙ্গীত শুনিব পাৰে । আগ্ৰহ আৰু পৰিবেশটো আনন্দ মুখৰ হলে মগজুৱে বেছি সোনকালে কাম সম্পন্ন কৰিব পাৰে। কামটো সমাধা হ’লে নিজকে পুৰস্কৄত কৰিবলৈ নাপাহৰিব।
 
===mnemonic বা স্মৄতিস্মৃতি সহায়ক কৌশল===
*দৄষ্টি কৌশল : উদাহৰণ যদি আপুনি গোলাপী বৰা নামটো মনত ৰাখিব খুজিছে তেন্তে এপাচি বৰা চাউলৰ মাজত কেইপাহমান গোলাপৰ কল্পনা কৰক।
*বাক্য কৌশল : কিছুমান বাক্য গঠন কৰক যিবোৰৰ প্ৰথম আখৰটো নাইবা শব্দটো আপুনি মনত ৰাখিব লগীয়া বাক্যাংশ । পঢ়ি থকা ল’ৰা ছোৱালীৰ বাবে এই কৌশল খুউব উপযোগী। যেনে আপুনি গোলাঘাট জিলাৰ নদী কিখনৰ নাম মনত ৰাখিব খুজিছে – ধনশিৰি, দৈয়াং, দৈগ্ৰোং, নামবৰ, কাকডোঙা, কালিয়নি,-“কালি ধনৰ কাকডোঙাতো দৈ, নামঘৰতো দৈ ।”
 
==ছাত্ৰ- ছাত্ৰীৰ উপযোগী কিছু কৌশল==
পঢ়া বিষয় বস্তুটোত মনোযোগ দিয়ক। পঢ়াৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়ক আৰু সহজে মনোযোগ ব্যাঘাত নোহোৱা ঠাই এটুকুৰা বাচি লওক। ৰুচি অনুযায়ী কোঠাটো সজাই লওক। সদায় কিছু সময় পঢ়াৰ অভ্যাস গঢ়ি তুলিলে বিষয় বস্তু বোৰ মনত ৰাখিবলৈ সহজ হয় । পঢ়াৰ বিষয় বস্তু বোৰ খৰচি মাৰি আৰু এটাৰ লগত আনটোক সংযোগ কৰিলে বেছিকৈ মনত থাকে । পঢ়ি উঠি থুল-মুলকৈ বিষয় টো লিখি ৰখাৰ অভ্যাস কৰক নাইবা আ্ন কাৰোবাৰ লগত আলোচনা কৰক । পঢ়া কথা খিনি দীৰ্ঘ কালিন স্মৄতিলৈস্মৃতিলৈ ৰুপান্তৰ কৰিবৰ বাবে পুনৰাবৄত্তিৰ প্ৰয়োজন । যিকোনো বিষয় পুঙ্খানুপুঙ্খ ভাবে বা বিতংকৈ জানিবৰ চেষ্টা কৰক । ছবিৰ সহায় লওক । আনক শিকাওক । আহুকলীয়া বিষয় বোৰত বেচিকৈ মন দিওক । পঢ়াৰ ৰুটিন খন, সময়, আৰু পৰিবেশ মাজে মাজে সলনি কৰক । আগতে পঢ়া কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰক । খৰকৈ পঢ়াৰ অভ্যাস কৰক । স্মৰণ শক্তি বঢ়াবলৈ কিছু খেল বাচি লওক। যেনে কাৰ্ড মিলোৱা, হাঁচতি খেল, কুইজ ইত্যাদি।
 
আমাৰ বেছি ভাগ মানুহৰে ধাৰণা আছে যে বুঢ়া শালিকাই মাত ল’ব নোৱাৰে । কিন্তু দেখা গৈছে যে মানুহৰ মগজুৰ অসাধাৰণ অভিযোজন আৰু পৰিবৰ্ত্তন ক্ষমতা আছে । ইয়াকে নিউওৰ প্লাষ্টিচিটি বোলা হয় ।
সঠিক উত্তেজকৰ সহায়ত আমাৰ মগজুৱে নতুন নতুন স্নায়ু মন্ডলী গঠন, উন্নীত কৰণ আৰু ৰুপান্তৰ কৰিব পাৰে । সকলো পৰিবেশতে খাপ খাই পৰাৰ অভিযুয্যতা ইয়াৰ আছে । আৰু নকৈ শিকা আৰু স্মৄতিস্মৃতি শক্তিৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰাকৄতিক শক্তিৰে আমাৰ স্মৰণ শক্তি বঢ়াব পাৰো।
 
স্মৄতিস্মৃতি শক্তি বঢ়াবলৈ তলত দিয়া কথা কেইটালৈ লক্ষ্য ৰাখিব । দিনটোত ৬-৭ ঘন্টাৰ সঠিক পৰিমাণৰ টোপনি আৰু পৰিশ্ৰম। শাৰীৰিক পৰিশ্ৰমে আমাৰ মগজুলৈ বৰ্ধিত পৰিমাণত অক্সিজেনৰ যোগান ধৰে আৰু ইয়ে আমাৰ মগজুক স্মৃতি বিভ্ৰমত ভোগা অসুখ বোৰৰ পৰা আঁতৰত ৰাখে । পৰিশ্ৰমৰ সময়ত নি:সৰণ হোৱা ৰাসায়নিক পদাৰ্থ সমূহেও মগজুৰ কোষ সমূহক ৰক্ষা কৰাত সহায় কৰে । কম পৰিমাণৰ টোপনিয়ে আমাৰ মগজুৰ সৄষ্টি শক্তি , সমস্যা সমাধান কৰিব পৰা শক্তি, সমালোচনাত্মক আৰু গঠন মূলক চিন্তা –চৰ্চ্চাত প্ৰভাৱ পেলায় । গৱেষণাত দেখা গৈছে যে গভীৰ টোপনিৰ সময় চোৱাত আমাৰ স্মৰন শক্তি বৄদ্ধি হোৱা কাৰ্য্য সমূহ সম্পাদন হয় ।বন্ধু- বান্ধৱৰ সৈতে আজৰি সময় খিনি হাঁহি ধেমালীৰে পাৰ কৰক।
 
নিজৰ পচন্দ অনুযায়ী যিকোনো এটা ৰুচি বাচি লওক । মানুহ সমাজ প্ৰিয় প্ৰাণী । সকলোৰে সৈতে পাৰস্পৰিক সু-সম্পৰ্ক বজাই ৰাখক। অৰ্থপূৰ্ণ আৰু ঘনিষ্ঠ সম্পৰ্ক ই আবেগিক আৰু মগজুৰ উত্তেজক হিচাবে কাম কৰে । স্বেৱাসেৱী অনুষ্ঠান বা ক্লাৱত যোগ দিব পাৰে নাইবা পোহনীয়া জীৱ – জন্তুৱেও আপোনাক সঙ্গ দিব পাৰে ।
 
হাঁহক আৰু হঁহুৱাক । বিশিষ্ট মনোবিজ্ঞানী ডেনিয়েল গ’লমেনে তেওঁৰ কিতাপ “ আবেগিক বুদ্ধিমত্তাত” কৈছে-“ হাঁহিয়ে মানুহক বহলকৈ ভাৱিবলৈ আৰু সহজে সহযোগ কৰিবলৈ শিকায়।” নিজক লৈ হাঁহিবলৈ শিকক । ধেমালী ভালপোৱা কৌতুক পূৰ্ণ মানুহৰ সৈতে কিছু সময় কটাওক । আপোনাৰ চাৰিও কাষৰ পৰিবেশতো সজীৱ কৰি তোলক । আপোনাৰ পৰিয়ালৰ সুখৰ মূহূৰ্ত্তৰ ফ’টো এখন সজাই থওক । সৰু – সৰু ল’ৰা ছোৱালীৰ সতে কিছু সময় পাৰ কৰক। দুশ্চিন্তা পৰিহাৰ কৰি ছাপ মুক্ত জীৱন বাচি লওক । উত্কন্ঠা মগজুৰ প্ৰধান শত্ৰু । যদিও কম পৰিমাণৰ ছাপে আমাক লক্ষ্য স্থানত উপনীত কৰাত সহায় কৰে, তথাপিও অধিক আৰু নিৰবিছিন্ন হেঁচাই মানুহক অস্থিৰ কৰি তোলে। মনলৈ হতাশা বা বিষন্নতা আহিবলৈ নিদিব । হতাশাৰ প্ৰধান লক্ষণ হ’ল মনোযোগ হীনতা, সিদ্ধান্ত লোৱাত অপাৰগতা, আৰু পাহৰা। বৈজ্ঞানীক সম্পৰীক্ষাৰ পৰা এইটো দেখা গৈছে যে মেডিটেচন বা ধ্যানে আমাৰ মগজুৰ প্ৰি ফ্ৰনটেল নামৰ অংশটোক বেছি কায্যক্ষম কৰি তোলে। আমাৰ সুখানুভূতি আৰু নিৰুদ্বেগ অৱস্থাও মগজুৰ এই অংশটোৰ অধীনত থাকে । ধ্যান্যাভাষে আমাৰ মস্তিস্কৰ চেৰিব্ৰেল কৰটেক্সৰ অংশ প্ৰগাঢ় কৰি নিউৰণ বিলাকৰ বান্ধোন কটকটীয়া কৰে । এই সকলো বিলাকে মগজুৰ তীক্ষ্নতা আৰু দক্ষতা বঢ়োৱাত সহায় কৰে। ধ্যানৰ আন কিছুমান সুফল হ’ল- মনঃসংযোগ , সৄজনীশীলতা বঢ়োৱা, আৰু যুক্তিসঙ্গত সিদ্ধান্ত লোৱাত সহায় কৰা । ই বিভিন্ন ধৰণৰ শাৰিৰীক বা মানসিক অৱস্থা যেনে হতাশা, ঊত্কন্ঠা, দীৰ্ঘদিনীয়া বিষ-বাত ইত্যাদি হ্ৰাস কৰাত সহায়ক হয়।
-->
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক  সংযোগ==
*{{SEP|memory}}
*{{PhilPapers|category|memory}}
* {{In Our Time|Memory|p00548yy|Memory}}
* [http://www.nlm.nih.gov/medlineplus/memory.html Memory-related resources] from the [[National Institutes of Health]].
 
[[en:Memory]]