দ্যা আছাম ট্ৰিবিউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
28 নং শাৰী:
প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।<ref name="mediaware">{{cite news | url=http://www.mediaware-infotech.com/newsletter/Assam/media1.htm | title=Presence of media in Assam: | work=Mediaware Infotech Pvt. Ltd | date=April 12, 2013 | accessdate=2013-04-12}}</ref><ref name="afaqs">{{cite news | url=http://www.afaqs.com/news/story/29999_IRS-2010-Q4:-Dailies-lose-readers-in-Assam | title=IRS 2010 Q4: Dailies lose readers in Assam | work=afaqs.com | date=March 21, 2011 | agency=afaqs.com | accessdate=2013-04-12 | author=Sumantha Rathore, afaqs!, New Delhi,}}</ref>
 
দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক [[প্ৰফুল্ল গোবিন্দ বৰুৱা]]। প্ৰফুল্ল গোবিন্দ বৰুৱা [[ৰাধা গোবিন্দৰাধাগোবিন্দ বৰুৱা]]ৰ পুত্ৰ। দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা।
 
==তথ্য সংগ্ৰহ==