ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
123 নং শাৰী:
 
সৰহ ভাগ পোহৰৰ উৎস‍ই সাধাৰণতে একেলগে বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰ নিৰ্গত কৰে, কোনো এটা ''উৎসৰ বৰ্ণালী''য়ে ইয়াৰ পৰা নিৰ্গত বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰৰ প্ৰাবল্যৰ তথ্য দিয়ে।
 
=== বৰ্ণালীৰ ৰঙ ===
[[ৰামধেনু]]ৰ বৰ্ণালীৰ চিনাকী সাত ৰঙত দৃশ্যমান পোহৰৰ কোনো এক তৰংগদৈৰ্ঘ্যৰ পৰা সৃষ্টি কৰিব পৰা সকলোবোৰ ৰঙ থাকে, ইহঁতক নিৰ্মল ৰঙ (''pure spectral'') বা ম’ন’ক্ৰ’মেটিক ৰঙ বোলা হয়। সোঁফালৰ তালিকাত বিভিন্ন নিৰ্মল ৰঙ সমূহৰ কম্পনাংক (হাৰ্জত) আৰু তৰংগদৈৰ্ঘ্য (নেন’ মিটাৰত) দিয়া হৈছে। তৰংগদৈৰ্ঘ্য সমূহ [[ভেকুৱাম]]ত গণনা কৰা হৈছে। ([[প্ৰতিসৰণ]] চাওক।)
 
 
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/ৰং"ৰ পৰা অনা হৈছে