কাৰ্তিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 33 interwiki links, now provided by Wikidata on d:q380817 (translate me)
No edit summary
22 নং শাৰী:
}}
 
'''কাৰ্তিক''' [[হিন্দু ধৰ্ম|হিন্দুসকলৰ]] যুদ্ধদেৱতা। তেওঁ [[শিৱ]] আৰু [[পাৰ্বতী|পাৰ্বতীৰ]] কণিষ্ঠ সন্তান। কাৰ্তিক [[বেদ|বৈদিক]] দেৱতা নহয়; তেওঁ [[পুৰাণ|পৌৰাণিক দেৱতা]]। প্ৰাচীন [[প্ৰাচীন ভাৰত|প্ৰাচীন ভাৰতত]] সকলোতে [[কাৰ্তিক পূজা]] প্ৰচলিত আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত।
অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিককো একাধিক নামেৰে অভিহিত কৰা হয়। ইয়াৰে কিছুমান নাম তলত উল্লেখ কৰা হ’ল-
# '''কৃত্তিকাসুত'''
"https://as.wikipedia.org/wiki/কাৰ্তিক"ৰ পৰা অনা হৈছে