খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ৰসায়ন বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
2 নং শাৰী:
খনিজ পদার্থ হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ । ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ । খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায় । সেই বৈশিষ্ট কেইটা হৈছে ,-
 
১)# ই প্রাকৃতিক ভাৱে উপলব্ধ ।
২)# কক্ষ তাপমাত্রাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
৩)# ই কঠিন ।
৪)# শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
৫)# ইয়াক এক নির্দিষ্ট ৰাসায়নিক সূত্রেৰে বুজাব পাৰি ।
6)# সাধাৰণতে অজৈৱ ।
 
== অৱস্থিতি ==