খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
 
== খনিজ পদার্থৰ প্রকাৰসমূহ ==
পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু [[অক্সিজেন]](oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]