বিষ্ণুপ্ৰসাদ ৰাভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভূক্ত লিখক বিলোপ কৰা হ’ল; [[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ...
No edit summary
105 নং শাৰী:
 
===ব্যক্তিগত জীৱন===
বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৬১৯৩৭ চনৰ ২৪ নবেম্বৰ চনত [[যোৰহাট]]ৰ সুগায়িকা '''প্ৰিয়লতাপ্ৰিয়বালা বৰুৱা দত্ত'''ৰ লগত [[বিবাহ]] পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়লতা দত্তৰ মৃত্যু ঘটে৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা '''নিৰুপমা দেৱী'''ৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই [[নলবাৰী]]ৰ [[বেলশৰ]]ৰ নবীনচন্দ্ৰ মেধিৰ কন্যা '''কনকলতা মেধি'''ক বিবাহ কৰাই৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান [[পৃথ্বীৰাজ ৰাভা]] (থুন্ থুন্) আৰু [[হেমৰাজ ৰাভা]] (মুন্ মুন্)ৰ পিতৃ হয় ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই [[গোৱালপাৰা]]ৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ '''মোহিনীবালা বসুমতাৰী'''ক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।
 
===মৃত্যু===