ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

112 নং শাৰী:
 
==ৱিকি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ ৱিকিপিডিয়াৰ বাহিৰত কোনো গোট আছে নেকি?==
হয়। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ [https://www.facebook.com/groups/assamwikigroup/342846152420612/?notif_t=group_activity '''Assamese Wikipedia Community'''] নামৰ এটা গোট আৰু [https://www.facebook.com/aswikipedia '''অসমীয়া ৱিকিপিডিয়া'''] নামৰ এখন পৃষ্ঠা খোলা হৈছে। তাত আপুনি সক্ৰিয় ৱিকিপিডিয়ানসকলৰ লগত কথা পাতিব পাৰিব। ইয়াৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ [https://lists.wikimedia.org/mailman/listinfo/wikipedia-as মেইলিং লিষ্ট]]লৈকো আপুনি বাৰ্তা পঠিয়াব পাৰে।
 
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰশ্নোত্তৰ]]