ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

106 নং শাৰী:
 
==ৱিকিপিডিয়াত লিখা বা সম্পাদনাৰ ক্ষেত্ৰত মোৰ খোকোজা লাগিলে কাৰ লগত যোগাযোগ কৰিম?==
অসমীয়া ৱিকিপিডিয়াৰ সহায় পৃষ্ঠাসমূহত বেছিভাগ প্ৰশ্নৰে উত্তৰ দিয়া হৈছে। ইয়াৰ লগতে আপুনি যিকোনো এজন সক্ৰিয় অসমীয়া ৱিকিপিডিয়ানক বাৰ্তা বা ই-মেইল পঠিয়াব পাৰে। তাৰোপৰি আপুনি ফে'কবুকৰচবুকৰ অসমীয়া ৱিকিপিডিয়া গোটটোৰো সদস্যপদ ল'ব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু।
 
==মই ইংৰাজী ৱিকিপিডিয়াত এটা লগ্‌ইন আই.ডি. সৃষ্টি কৰিছিলোঁ। অসমীয়া ৱিকিপিডিয়াতো একেটা আই.ডি. ব্যৱহাৰ কৰিব পাৰিমনে?==