কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q9061 (translate me)
No edit summary
16 নং শাৰী:
 
 
বিপ্লৱী নেতা আৰু সমাজতন্ত্ৰৰ প্ৰবক্তা কাৰ্ল মাৰ্ক্সৰ জন্ম [[১৮১৮]] চনৰ মে মাহৰ ৫ তাৰিখে৷তাৰিখে জার্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্রায়াৰ চহৰত৷ এইজনা প্ৰুছিয়ান বিপ্লৱী নেতা একেধাৰে [[দাৰ্শনিক]], ৰাজনৈতিক অৰ্থনীতিবিদ আৰু সমাজ- বিপ্লৱী আছিল৷ তেওঁক আধুনিক সমাজতন্ত্ৰৰ প্ৰচাৰক বুলি জনা যায়, যাক "মাৰ্ক্সবাদ" বুলি গোটেই পৃথিৱীয়ে জানে৷ "[[ডাছ কেপিটেল]]"ৰ ৰচয়িতা৷ [[১৮৮৩]] চনত মাৰ্চৰ ১৪ তাৰিখে মৃত্যু৷