পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

লেখকৰ নাম আঁতৰ
সজ্জা, তথ্যসূত্ৰ
1 নং শাৰী:
[[Image:Blue Linckia Starfish.JPG|thumb|[[Coral reef]]s are a highly [[Productivity (ecology)|productive]] [[marine ecosystem]].<ref>{{cite journal|last=Hatcher|first=Bruce Gordon|year=1990|title=Coral reef primary productivity. A hierarchy of pattern and process|journal=Trends in Ecology and Evolution|volume=5|issue=5|pages=149–155|doi=10.1016/0169-5347(90)90221-X}}</ref>]]
[[Image:River gambia Niokolokoba National Park.gif|thumb|[[Rainforest]] ecosystems are rich in [[biodiversity]]. This is the [[Gambia River]] in [[Senegal]]'s [[Niokolo-Koba National Park]].]]
'''পৰিৱেশ তন্ত্ৰ''' হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱর্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নির্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অর্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অর্থাৎ জীৱিত আৰু নির্জীৱ উপাংশৰ মাজত হোৱা পদার্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদার্থৰ বিনিময় ঘটায়।
 
Line 117 ⟶ 119:
(iii) pH: প্রশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে।
ইয়াৰ উপৰিও বিয়োজন প্রক্ৰিয়াৰ বাবে অক্সিজেনৰ প্রয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্‌নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমানে নাইট্রজেন তথা পানীত দ্রবণীয় শর্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্রতৰ হয়।
 
==তথ্যসূত্ৰ==
{{reflist}}