→‎নিকাকৰণ: নতুন অনুচ্ছেদ
154 নং শাৰী:
 
চাবাচোন: [[ৱিকিপিডিয়া বাৰ্তা:নিৰ্বাচিত প্ৰবন্ধ/প্ৰস্তাৱ]] [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 18:12, 23 জুলাই 2013 (UTC)
 
== নিকাকৰণ ==
 
[[ভাৰতীয় চলচ্চিত্ৰ]] প্ৰবন্ধটো নিৰ্বাচিত প্ৰবন্ধৰ শাৰীলৈ নিবলৈ কিবা কিবি কৰাচোন। প্ৰবন্ধটোৰ লিংকবোৰ ৰঙা হৈ আছে। চব অসমীয়া কৰাটো টান হ'ব। ইংৰাজীয়েই ভৰাব পাৰা। বানান, তথ্যসূত্ৰ, ভাষা অলপ চাবাচোন। ম‌ই কেইদিনমান অলপ ব্যস্ত। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 13:50, 29 জুলাই 2013 (UTC)