এচিদ বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''এচিদ বৰষুণ '''বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা৷সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ –ডাই_ডাই-অক্সাইড,নাইট্ৰ’জেননাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ’জেনহাইড্ৰ'জেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়৷হয়। বায়ুমণ্ডলত এই গেচ সমূ্হ জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি ক্ৰমে ছালফিউৰিক এচিদ,নাইট্ৰিক এচিদ আৰু হাইড্ৰক্ল’ৰিকহাইড্ৰক্ল'ৰিক এচিদলৈ ৰূপান্তৰিত হয়৷হয়। এই এচিদ বিলাক বৰষুণৰ পানীৰ লগত লগ হৈ এচিদ বৰষুণ হিচাপে পৃথীৱীত পৰে৷পৰে। বৰষুণৰ পানীৰ PH ৰ মান ৫.৬ তকৈ হ্ৰাস পালে ইয়াৰ ধৰ্ম আম্লিক হয়৷হয়। অম্লবৃষ্টিত প্ৰায় ৬০ শতাংশ ছালফিউৰিক এচিদ,৩৫ শতাংশ নাইট্ৰিক এচিদ আৰু খুব কম পৰিমাণৰ হাইড্ৰক্ল’ৰিকহাইড্ৰক্ল'ৰিক এচিদ আদি থাকে৷থাকে।
 
==এচিদ বৰষুণৰ পৰিণাম==
এচিদ বৰষুণে ভূ-পৃষ্ঠ তথা জৈৱবৈচিত্ৰতাক বিভিন্ন ধৰণে অনিষ্ট কৰে৷কৰে।
 
*এচিদ বৰষুণে ঘৰ-দুৱাৰ,কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে৷কৰে। বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে৷কৰে। উদাহৰণ স্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়৷যায়।
এচিদ বৰষুণে ভূ-পৃষ্ঠ তথা জৈৱবৈচিত্ৰতাক বিভিন্ন ধৰণে অনিষ্ট কৰে৷
*এচিদ বৰষুণে প্ৰাচীন শিলালিপি সমূহ ক্ষয় নিয়ায়৷নিয়ায়। গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলা স্তম্ভ এচিদ বৰষুণৰ দ্বাৰা দ্ৰবীভূত হব ধৰিছে৷ধৰিছে।
 
*জলজ প্ৰাণী বিশেষকৈ মাছ ,এচিদ বৰষুণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷হয়। ছুইডেন,নৰৱে,কানাডা আদিৰ বহুতো হ্ৰদৰ মৎস্য বাসস্থান এই এচিদ বৰষুণৰ বাবে নাইকীয়া হৈছে৷হৈছে।
 
*এচিদ বৰষুণৰ ফলত জলাশয়ৰ কাষৰ ধাতুনিৰ্মিত শিল সমূহৰ পৰা এলুমিনিয়াম,পাৰা,মেঙ্গানিজ,দস্তা আৰু সীহ আদি নিৰ্গত হৈ জলাশয়ৰ পানী জীৱৰ কাৰণে বিষময় কৰি তোলে৷তোলে।
*এচিদ বৰষুণে ঘৰ-দুৱাৰ,কীৰ্তিস্তম্ভ আদিৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰে৷ বিশেষকৈ মাৰ্বলেৰে নিৰ্মিত পুৰণি কীৰ্তিস্তম্ভবোৰক ই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে৷ উদাহৰণ স্বৰূপে আগ্ৰাৰ তাজমহলৰ কথা উল্লেখ কৰিব পৰা যায়৷
*এচিদ বৰষুণে মাছৰ প্ৰজনন ক্ষমতা নাইকীয়া কৰি মাছৰ মৃত্যু ঘটায়৷ঘটায়।
*এচিদ বৰষুণে প্ৰাচীন শিলালিপি সমূহ ক্ষয় নিয়ায়৷ গ্ৰীচ আৰু ইটালীত থকা এনেধৰণৰ বহু সৌন্দৰ্য্যবোধক শিলা স্তম্ভ এচিদ বৰষুণৰ দ্বাৰা দ্ৰবীভূত হব ধৰিছে৷
*এচিদ বৰষুণে গছ-গছনি আৰু উদ্ভিদৰ ওপৰত কু-প্ৰভাৱ পেলায়৷পেলায়।
*জলজ প্ৰাণী বিশেষকৈ মাছ ,এচিদ বৰষুণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ ছুইডেন,নৰৱে,কানাডা আদিৰ বহুতো হ্ৰদৰ মৎস্য বাসস্থান এই এচিদ বৰষুণৰ বাবে নাইকীয়া হৈছে৷
*বহুতো কীট-পতঙ্গ আৰু ভেঁকুৰে এচিদ বৰষুণৰ দ্বাৰা প্ৰভাৱিত নহয়৷নহয়। ফলত ইহঁতে কৃষি পথাৰ আক্ৰমণ কৰি নাইবা নানা ৰোগৰ সৃষ্টি কৰি মানুহৰ অনিষ্ট কৰে৷কৰে।
*এচিদ বৰষুণৰ ফলত জলাশয়ৰ কাষৰ ধাতুনিৰ্মিত শিল সমূহৰ পৰা এলুমিনিয়াম,পাৰা,মেঙ্গানিজ,দস্তা আৰু সীহ আদি নিৰ্গত হৈ জলাশয়ৰ পানী জীৱৰ কাৰণে বিষময় কৰি তোলে৷
*এচিদ বৰষুণে মাছৰ প্ৰজনন ক্ষমতা নাইকীয়া কৰি মাছৰ মৃত্যু ঘটায়৷
*এচিদ বৰষুণে গছ-গছনি আৰু উদ্ভিদৰ ওপৰত কু-প্ৰভাৱ পেলায়৷
*বহুতো কীট-পতঙ্গ আৰু ভেঁকুৰে এচিদ বৰষুণৰ দ্বাৰা প্ৰভাৱিত নহয়৷ ফলত ইহঁতে কৃষি পথাৰ আক্ৰমণ কৰি নাইবা নানা ৰোগৰ সৃষ্টি কৰি মানুহৰ অনিষ্ট কৰে৷
 
==এচিদ বৰষুণ ৰোধ কৰাৰ উপায়==
*উদ্যোগ আৰু শক্তি প্ৰকল্প সমূহত প্ৰদূষণ ৰোধী সজুলীৰ ব্যৱহাৰ কৰি বায়ুমণ্ডলত SO2 আৰুNO2 ৰ নিৰ্গমনত বাধা দিব পাৰি৷পাৰি।
*হ্ৰদ আৰু স্থলভাগত চূণশিল প্ৰয়োগ কৰি এচিদ বৰষুণৰপৰা হব পৰা ক্ষতিৰ পৰিমাণ কমাব পাৰি৷পাৰি।
*খোৱা পানীৰ নলীবিলাকৰ ভিতৰ পৃষ্ট কোনো জৈৱ পলিমাৰৰ সহায়ত এটা ৰক্ষ্যাকাৰী তৰপ(Protective layer) ৰ প্ৰলেপ দিলে,এচিদ বৰষুণৰ প্ৰভাৱৰ পৰা পানীক মুক্ত কৰিব পাৰি৷পাৰি।
 
==তথ্য  সংগ্ৰহ==
* "পৰিবেশ অধ্যয়ন" লেখক - দীপালি দাস৷দাস।
{{Reflist}}