উদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

প্ৰজাতিসমূহ
67 নং শাৰী:

Cladogram, after Koepfli ''et al.'' 2008<ref>{{Cite journal|author=Koepfli KP, Deere KA, Slater GJ, ''et al'' |title=Multigene phylogeny of the Mustelidae: Resolving relationships, tempo and biogeographic history of a mammalian adaptive radiation |journal=BMC Biol. |volume=6 |pages=4–5 |year=2008 |pmid=18275614 |doi=10.1186/1741-7007-6-10 |pmc=2276185}}</ref> and Bininda-Emonds ''et al.'' 1999<ref>{{Cite journal|author=Bininda-Emonds OR, Gittleman JL, Purvis A |title=Building large trees by combining phylogenetic information: a complete phylogeny of the extant Carnivora (Mammalia) |journal=Biol Rev Camb Philos Soc |volume=74 |issue=2 |pages=143–75 |year=1999 |pmid=10396181 |doi=10.1017/S0006323199005307}}</ref>

Genusগোত্ৰ ''[[Lutra]] ''
*[[European otter]] (''Lutra lutra'')
*[[Hairy-nosed otter]] (''Lutra sumatrana'')
*[[Japanese otter]] (''Lutra nippon'')
Genusগোত্ৰ ''[[Hydrictis]]''
*[[Spotted-necked otter]] (''Hydrictis maculicollis'')
Genusগোত্ৰ ''[[Lutrogale]]''
*[[Smooth-coated otter]] (''Lutrogale perspicillata'')
Genusগোত্ৰ ''[[Lontra]]''
*[[North American river otter]] (''Lontra canadensis'')
*[[Southern river otter]] (''Lontra provocax'')
*[[Neotropical river otter]] (''Lontra longicaudis'')
*[[Marine otter]] (''Lontra felina'')
Genusগোত্ৰ ''[[Pteronura]]''
*[[Giant otter]] (''Pteronura brasiliensis'')
Genusগোত্ৰ ''[[Aonyx]]''
*[[African clawless otter]] (''Aonyx capensis'')
*[[Oriental small-clawed otter]] (''Aonyx cinerea'')
Genusগোত্ৰ ''[[Sea otter|Enhydra]]''
*[[Sea otter]] (''Enhydra lutris'')
Genusগোত্ৰ †''[[Megalenhydris]]''

Genusগোত্ৰ †''[[Sardolutra]]''

Genusগোত্ৰ †''[[Algarolutra]]''

Genusগোত্ৰ †''[[Cyrnaonyx]]''

*সাধাৰণ উদ (Common Otter)
-বৈজ্ঞানিক নাম Lutra lutra ৷ সাধাৰণ উদৰ ৰং বগা মটিয়া বৰণৰ৷ উদৰ গাটো খহটা৷ নেজৰ আগ অংশ খীণ যদিও গুৰি অংশ যথেষ্ট শকত আকাৰৰ হয়৷ এই নেজডালৰ গুৰি অংশত এজোৰ গোন্ধযুক্ত গ্ৰন্থি থাকে৷ কাণ দুখন সৰু আৰু নোমেৰে ঢাক খাই থাকে৷ আগৰ ঠেং দুখন সৰু আৰু পিছৰ ঠেং দুখন পতাযুক্ত৷ মূৰটো চেপেটা৷ গাটোত দুই ধৰণৰ নোম থাকে৷ এভাগ দীঘল আৰু এভাগ চুটি চুটিকৈ গাৰ ছালৰ লগত মিলি থাকে৷ নাকৰ ফুটাকেইটাৰ ওপৰত পথালিকৈ কিছুমান নোম থাকে৷ এনে ধৰণৰ নোম থকাৰ বাবে পানীৰ ওপৰলৈ আহিলে তিতি থকা যেন নালাগে৷ এই নোমৰ দ্বাৰা শীত নিবাৰণৰ সহায়ক হয়৷ ইহঁত ২-৪ ফুট পৰ্যন্ত দীঘল হয়৷
*সমভূমিৰ উদ (Smooth Indian Otter)
-বৈজ্ঞানিক নাম Lutra perspicillata ৷ এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া৷ নাকৰ ওপৰত থকা নোম পোন৷ দীঘল দুই-আঢ়ৈ ফুট৷ নেজ ১৬-১৮ ইঞ্চি দীঘল৷ ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত৷ এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়৷ ম্যানমাৰ,ইন্দোচীন,মালয়তো পোৱা যায়৷ উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে৷ এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে৷ সিঁহতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিঁহতক প্ৰয়োজনীয় খিনি দিয়ে৷ বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে৷ এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়৷ সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু৷
*সৰুনখীয়া উদ (Clawless Otter)
-বৈজ্ঞানিক নাম Aonyx nirnal ৷ এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়৷ বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব৷ পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়৷ ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়৷ সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়৷

==উদৰ বাসস্থান==
উদ সাধাৰণতে মাটিত গাঁত কৰি থাকে৷ এই গাঁতৰ এটা বৈশিষ্ট্য আছে৷ গাঁতটোৰ এফালে পানীলৈ যাব পৰাকৈ আৰু আনফালে মাটিলৈ যাব পৰাকৈ ফুটা থাকে৷ উদে একে ঠাইতে বহু বছৰ বসবাস কৰে যদিও খাদ্যৰ অভাৱ হ’লে স্থান পৰিবৰ্তনো কৰা দেখা যায়৷ উদৰ প্ৰাধান খাদ্য মাছ৷ মাছ বিচাৰি একে ৰাতিতে প্ৰায় ১০-১৬ মাইল পৰ্যন্ত যাব পাৰে৷ ঘৰৰ কাষত পথাৰ বা জান-জুৰি থাকিলে ইহঁতক সহজে চাব পাৰি৷ উদৰ বসতিস্থান বিচাৰি উলিয়াবলৈ সহজ৷ বিশেষকৈ উদে প্ৰায়ে একে ঠাইতে মলত্যাগ কৰে৷ এই মলবোৰ গাঁতৰ ওচৰত দ’ম হৈ থকাৰ লগতে মুখৰপৰা উলিয়াই পেলোৱা মাছৰ কাঁইট,বাকলি আদি থাকে৷
"https://as.wikipedia.org/wiki/উদ"ৰ পৰা অনা হৈছে