ষ্ট্ৰবেৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

চিত্ৰ সংযোগ
(edited with ProveIt)
16 নং শাৰী:
|}}
 
'''ষ্ট্ৰবেৰি''' {{lang-en|Strawberry}} সৰু গুল্মজাতীয় উদ্ভিদ৷উদ্ভিদ।<ref name="প্ৰেম">{{cite journal | title=প্ৰেমৰ ফল-ষ্ট্ৰবেৰি | author=পংকজ শইকীয়া | journal=প্ৰান্তিক | year=২০১৩ | month=১ - ১৫ জুন | volume=৩২শ বছৰ | issue=১৩শ সংখ্যা | pages=২২ - ২৩}}</ref> ইয়াৰ উচ্চতা এফুটমান হ’ব৷ ফুলবোৰ সৰু,বগা ৰঙৰ৷ ই উভয়লিংগী(Hermaphrodite) অৰ্থাৎ একেজোপা গছতে মতা আৰু মাইকী ফুল পৃথকে পৃথকে থাকে৷ ফলবোৰ কেঁচা অৱস্থাত ঈষৎ সেউজীয়া আৰু পকিলে উজ্জল ৰঙা বৰণ ধৰে৷ কেঁচা ফলৰ সোৱাদ টেঙা,কিন্তু পকিলে মিঠা হয়৷ টেঙা-মিঠা সোৱাদৰ সৰু চানেকীয়া,দেখিলেই খাবলৈ মন যোৱা ষ্ট্ৰবেৰিৰ জনপ্ৰিয়তাৰ মূল কাৰণ হ’ল ইয়াৰ উজ্জল ৰঙা ৰং,ৰসাল আৰু মঙহাল শাহ,লগতে সুগন্ধি,মধুৰ সোৱাদ৷ ষ্ট্ৰবেৰিক স্কোৱাছ,মিল্ক শ্বেক,আইছক্ৰিম আৰু চকলেটতো উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়৷হয়।<ref name="প্ৰেম" />
 
==ষ্ট্ৰবেৰিৰ প্ৰকাৰ==
29 নং শাৰী:
 
==ষ্ট্ৰবেৰিৰ অনিষ্টকাৰী পতংগ==
ষ্ট্ৰবেৰিৰ বহু ধৰণৰ পোক-পতংগৰ আক্ৰমণ হয় যদিও মূলত: হোৱাইট গ্ৰাব,বিছা,গুৰি কটা পোক আৰু মোৱা পোকৰ আক্ৰমণেই অধিক৷ একেদৰে ভেঁকুৰ আৰু বেক্টেৰিয়াৰদ্বাৰাও ষ্ট্ৰবেৰি আক্ৰান্ত হয়৷ হয়।
 
==লগতে পঢ়ক==
* Hancock, J.F. (1999). ''Strawberries'' (Crop Production Science in Horticulture). CABI. ISBN 978-0-85199-339-3
 
==তথ্য সংগ্ৰহ==
<ref>{{cite journal | title= প্ৰেমৰ ফল-ষ্ট্ৰবেৰি | author= পংকজ শইকীয়া | journal= প্ৰান্তিক | year= ২০১৩ | month= ১ - ১৫ জুন | volume= ৩২শ বছৰ | issue= ১৩শ সংখ্যা | pages= ২২ - ২৩ }} </ref>
{{Reflist}}
 
==বাহ্যিক সংযোগ==
{{Commons category multi|Strawberries|Fragaria × ananassa}}
*[http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?244 ''F. ananassa'' data from GRIN Taxonomy Database]
*[http://berryhealth.fst.oregonstate.edu/health_healing/fact_sheets/strawberries_facts.htm Strawberries (Fact Sheet)] (Berry Health Benefits Network)
"https://as.wikipedia.org/wiki/ষ্ট্ৰবেৰী"ৰ পৰা অনা হৈছে