মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
33 নং শাৰী:
 
== মৰিগাঁও জিলাৰ গঠন==
মৰিগাঁও জিলাত বৰ্তমান ৭ টা উন্নয়ণ খণ্ড আছে। ইয়াৰে ৫ টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২ টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত।
বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ড সমূহ হল-
 
১। ভূৰবন্ধা উন্নয়ণ খণ্ড
২। কপিলী উন্নয়ণ খণ্ড
৩। লাহৰিঘাট উন্নয়ণ খণ্ড
৪। মায়ং উন্নয়ণ খণ্ড
৫। মৈৰাবাৰী উন্নয়ণ খণ্ড
৬। বটদ্ৰৱা উন্নয়ণ খণ্ড (অংশ)
৭। দলংঘাট উন্নয়ণ খণ্ড (অংশ)
 
==তথ্য সংগ্ৰহ==