সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তেলেগু অশুদ্ধ, তেলুগু হে শুদ্ধ।
27 নং শাৰী:
|religion = [[হিন্দুধৰ্ম]]
}}
'''ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ''' ({{lang-te|[[তেলুগু]]:సర్వేపల్లి రాధాకృష్ణ}}; {{lang-ta|சர்வபள்ளி ராதாகிருஷ்ணன்}}; {{lang-en|Sarvepalli Radhakrishnan}}) ({{audio|Svpr.ogg|উচ্ছাৰণউচ্চাৰণ}}) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ [[স্বাধীন ভাৰত]]ৰ প্ৰথম [[উপ-ৰাষ্ট্ৰপতি]] আছিল<ref name="TeluguOne">[http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm TeluguOne]</ref> (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে [[ভাৰতৰ ৰাষ্ট্ৰপতি]] পদতো নিৰ্বাচিত হৈছিল।
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে <ref name="Teluguone">{{cite web|url=http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm |title=TeluguOne |publisher=TeluguOne |date= |accessdate=2011-08-31}}</ref> । তেওঁ দেউতাকৰ নাম আছিল বীৰ চমাইয়া আৰু মাতৃৰ নাম সীতামা আছিল<ref name="Teluguone"/> । তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন [[হিন্দু সভ্যতা]]ৰ নৱ-জাগৰণৰ সময়।