যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' হৈছে যোৰহাট নগৰৰ মাজ...
 
5 নং শাৰী:
 
== লক্ষ্য ==
ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকক বিজ্ঞান বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তোলাই বিজ্ঞান কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য। জৱাহৰলাল নেহৰুৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ভাৰতক আধুনিক ৰূপত গঢ় দিয়াৰ যি সপোন দেখিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এই বিজ্ঞান কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচে কয়।
 
==অৱস্থান==
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে। উদ্বোধনী সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচ উপস্থিত আছিল।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==