যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:যোৰহাট জিলাৰ পৰ্যটনস্থলী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
ref
1 নং শাৰী:
'''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' হৈছে [[যোৰহাট]] নগৰৰ মাজমজিয়াতে ঐতিহাসিক [[ৰাজমাও পুখুৰী]]ৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বৃস্তিত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। ৰাজ্যৰ Assam Science Technology and Environment Councilৰ সহযোগত নেচনেল কাউঞ্চিল অৱ চায়েঞ্চ মিউজিয়াম (National Council of Science Museums, চমুকৈ NCSM)-এ এই কেন্দ্ৰটোৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰিছে। <ref>http://kalvimalar.dinamalar.com/news-details.asp?id=11867&cat=1</ref>
 
==কি কি আছে==
5 নং শাৰী:
 
== লক্ষ্য ==
ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকক বিজ্ঞান বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তোলাই বিজ্ঞান কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য। জৱাহৰলাল নেহৰুৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ভাৰতক আধুনিক ৰূপত গঢ় দিয়াৰ যি সপোন দেখিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এই বিজ্ঞান কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচে কয়। <ref>http://pib.nic.in/newsite/erelease.aspx?relid=97063</ref>
 
==অৱস্থান==
11 নং শাৰী:
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে। উদ্বোধনী সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচ উপস্থিত আছিল।<ref>http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07</ref> ১১ জুলাই তাৰিখে সকলোৰে বাবে মুকলি কৰি দিয়া হয়।
 
==তথ্য সংগ্ৰহ==
17 নং শাৰী:
 
==বাহ্যিক সংযোগ==
 
 
[[শ্ৰেণী:যোৰহাট জিলাৰ পৰ্যটনস্থলী]]