যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[চিত্ৰ:Jorhat_Planetarium_Inauguration.jpg|thumb|220px|যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহ]]
'''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' ({{lang-en|Jorhat Science Centre cum Planetarium}}) হৈছে [[যোৰহাট]] নগৰৰ মাজমজিয়াতে ঐতিহাসিক [[ৰাজমাও পুখুৰী]]ৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বৃস্তিত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ<ref>http://articles.timesofindia.indiatimes.com/2013-07-07/guwahati/40420752_1_science-park-science-city-assam</ref> আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। ৰাজ্যৰ Assam Science Technology and Environment Councilৰ সহযোগত নেচনেল কাউঞ্চিল অৱ চায়েঞ্চ মিউজিয়াম (National Council of Science Museums, চমুকৈ NCSM)-এ এই কেন্দ্ৰটোৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰিছে।<ref>http://kalvimalar.dinamalar.com/news-details.asp?id=11867&cat=1</ref>