যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Reflinks: Converting bare references
1 নং শাৰী:
[[চিত্ৰ:Jorhat_Planetarium_Inauguration.jpg|thumb|220px|যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহ]]
'''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' ({{lang-en|Jorhat Science Centre cum Planetarium}}) হৈছে [[যোৰহাট]] নগৰৰ মাজমজিয়াতে ঐতিহাসিক [[ৰাজমাও পুখুৰী]]ৰ পাৰত অৱস্থিত। পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বৃস্তিত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ<ref>[http://articles.timesofindia.indiatimes.com/2013-07-07/guwahati/40420752_1_science-park-science-city-assam CM, Union minister inaugurate science centre in Jorhat - Times Of India<!-- Bot generated title -->]</ref> আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। ৰাজ্যৰ Assam Science Technology and Environment Councilৰ সহযোগত নেচনেল কাউঞ্চিল অৱ চায়েঞ্চ মিউজিয়াম (National Council of Science Museums, চমুকৈ NCSM)-এ এই কেন্দ্ৰটোৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰিছে।<ref>[http://kalvimalar.dinamalar.com/news-details.asp?id=11867&cat=1 Jorhat Science Centre and Planetarium inaugurated | Kalvimalar - News<!-- Bot generated title -->]</ref>
 
প্ৰতিষ্ঠা হোৱাৰ প্ৰথম মাহটোতে, অৰ্থাৎ ২০১৩ চনৰ ৬ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত এই বিজ্ঞানকেন্দ্ৰটোলৈ ২৭,০০০ জন লোকৰ আগমন হয়। ইয়াৰ পৰা ৩.৮৭ লাখ টকাৰ ৰাজহ লাভ কৰা হয়।<ref>[http://ww.itimes.com/citizen-journalism/jorhat-planetarium-attracts-over-27000-visitors Jorhat Planetarium attracts over 27,000 visitors | itimes Citizen Journalism<!-- Bot generated title -->]</ref>
 
== লক্ষ্য ==
ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকক বিজ্ঞান বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তোলাই বিজ্ঞান কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য। জৱাহৰলাল নেহৰুৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা ভাৰতক আধুনিক ৰূপত গঢ় দিয়াৰ যি সপোন দেখিছিল তাৰ ওপৰত ভিত্তি কৰিয়ে এই বিজ্ঞান কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচে কয়।<ref>[http://pib.nic.in/newsite/erelease.aspx?relid=97063 Press Information Bureau English Releases<!-- Bot generated title -->]</ref>
 
==অৱস্থান==
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ অৱস্থান হৈছে Latitude: 26°45'22" N - Longitude: 94°12'36" E।<ref>[http://www.aplf-planetariums.info/en/index.php?onglet=planetariums&menu=sheet_planetarium&filtre=2418 Association des Planétariums de Langue Française<!-- Bot generated title -->]</ref>
 
==কি কি আছে==
14 নং শাৰী:
 
==আধাৰশিলা==
২০০৯ চনৰ ১৩ অক্টোবৰত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজমাও পুখুৰীৰ পাৰত যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিছিল। ড'নাৰ মন্ত্ৰী [[বিজয় কৃষ্ণ সন্দিকৈ]], যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্ম্মী, যোৰহাটৰ উপায়ুক্ত এল. এছ চাংচনকে ধৰি বহু লোক সভাত উপস্থিত আছিল। এই কেন্দ্ৰটোৰ নিৰ্মাণৰ বাবে ৪.৯৫ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ১.৩ কোটি টকাকৈ অনুদান আগবঢ়ায়।<ref>[http://www.assamtribune.com/scripts/details.asp?id=oct1409/at02 The Assam Tribune Online<!-- Bot generated title -->]</ref>
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে। উদ্বোধনী সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰ কাটোচ উপস্থিত আছিল।<ref>[http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07 The Assam Tribune Online<!-- Bot generated title -->]</ref> ১১ জুলাই তাৰিখে সকলোৰে বাবে মুকলি কৰি দিয়া হয়।
 
==তথ্য সংগ্ৰহ==
27 নং শাৰী:
 
[[শ্ৰেণী:যোৰহাট জিলাৰ পৰ্যটনস্থলী]]
== References ==
<references />