যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
43 নং শাৰী:
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে। উদ্বোধনী সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰকুমাৰী কাটোচকাৰ্টোছে উপস্থিত আছিল।<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2013-07-06 |accessdate=2013-09-01}}</ref> ১১ জুলাই তাৰিখে সকলোৰে বাবে মুকলি কৰি দিয়া হয়। উদ্বোধনী সভাত তৰুণ গগৈয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহই উঠি অহা চামৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই যোৱাত বৰঙণি যোগাব বুলি তেওঁ আশা কৰিছে। যোৰহাটৰ বিধায়ক ৰাণা গোস্বামীয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ উজনি অসমৰ ছা্ত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায় কৰিব।<ref>{{cite web|url=http://www.amarasom.glpublications.in/Details.aspx?id=14119&boxid=115914968 |title=Amar Asom Online |publisher=amarasom.glpublications.in |date=2013-07-06 |accessdate=2013-09-01}}</ref>
 
==তথ্য সংগ্ৰহ==