159 নং শাৰী:
[[ভাৰতীয় চলচ্চিত্ৰ]] প্ৰবন্ধটো নিৰ্বাচিত প্ৰবন্ধৰ শাৰীলৈ নিবলৈ কিবা কিবি কৰাচোন। প্ৰবন্ধটোৰ লিংকবোৰ ৰঙা হৈ আছে। চব অসমীয়া কৰাটো টান হ'ব। ইংৰাজীয়েই ভৰাব পাৰা। বানান, তথ্যসূত্ৰ, ভাষা অলপ চাবাচোন। ম‌ই কেইদিনমান অলপ ব্যস্ত। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 13:50, 29 জুলাই 2013 (UTC)
: চাম বাৰু। [[সদস্য:Ani ttbr|Ani ttbr]] ([[সদস্য বাৰ্তা:Ani ttbr|talk]]) 13:54, 29 জুলাই 2013 (UTC)
 
== বিলোপন নকৰা সম্পৰ্কত ==
 
মহাশয়,
নমস্কাৰ ল’ব। মই নতুনকৈ অসমীয়া ৱিকিপেডিয়াৰ সদস্য হৈছো। মই মাখিবাহা, প্ৰচেষ্টা আদি বিষয় সম্পাদনা কৰি আছো। প্ৰচেষ্টা নামৰ বিষয়টো বিলোপনৰ মাপকাঠিৰ যোগ্য বুলি অভিহিত হৈছে। অনুগ্ৰহ কৰি ইয়াক বিলোপন নকৰাকৈ কেনেকৈ ৰাখিব পাৰিম জনাব। কাৰণ এই বিষয়টোত ইতিমধ্যে নতুন কথা সংযোগ কৰিছো। লগতে কোনো বিষয়ৰ উদ্ধৃতি কেনেদৰে দিয়ে জনাব।
 
ধন্যবাদ সহকাৰে।
 
আপোনাৰ বিশ্বাসী।
 
ৰঞ্জিত শৰ্মা
০৬-০৯-২০১৩