ইষ্ট ইণ্ডিয়া কোম্পানী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ইষ্ট ইণ্ডিয়া কোম্পানী''' ইংৰাজী''' East India Company'''গঠিত হয় ১৫৯৯ চনৰ ...
 
No edit summary
7 নং শাৰী:
==ৰাজনৈতিক প্ৰভাৱ==
 
১৭৫৭ চনত [[পলাশীৰ যুদ্ধ]]ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে [[বংগৰ নবাব ছিৰাজোদ্দৌলাকছিৰাজোদ্দৌলা]]ক পৰাভূত কৰাত পূব ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত কোম্পানীৰ প্ৰভাৱ বিস্তাৰিত হয়৷ ১৭৬৫ চ
নত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰপৰা [[বংগ]],[[বিহাৰ]],[[উৰিষ্যা]]ৰ স্বত্ব লাভ কৰে৷ পৰিণতিত এই সমগ্ৰ অঞ্চলজুৰি ইংৰাজৰ কৰ্তৃত্ব সুদৃঢ় হয়৷ তেওঁলোকৰ হাতলৈ বিশাল ভূমি ৰাজহৰ ধন আহিল৷ উনবিংশ শতিকালৈ এই কোম্পানী সমগ্ৰ [[ভাৰত]]ৰে শাসনকৰ্তাহৈ পৰিল৷