ইষ্ট ইণ্ডিয়া কোম্পানী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox company
'''ইষ্ট ইণ্ডিয়া কোম্পানী''' [[ইংৰাজী]]''' East India Company'''গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত [[ইংলণ্ড]]ত৷ এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়৷ ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত [[ৰাণী এলিজাবেথে]] এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব [[ভাৰত]]ৰ লগতে পূব আৰু দক্ষিণ-পূব [[এচিয়া]]ৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে৷ ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ"(Governor and company of Merchants of London Trading into the East Indies)আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ"(United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল৷
| name = East India Company (EIC)
| logo = [[File:Flag of the British East India Company (1801).svg|225px]]
| caption = Company flag after 1801
| type = [[Joint-stock company|Public]]
| genre =
| fate = Dissolved
| predecessor =
| successor =
| foundation =1600
| founder =
| defunct = {{End date|df=yes|1874|6|1}}
| location_city = [[London]]
| location_country = England
| location =
| locations =
| area_served =
| key_people =
| industry = [[International trade]]
| products =
| services =
| revenue =
| operating_income =
| net_income =
| aum =
| assets =
| equity =
| owner =
| num_employees =
| parent =
| divisions =
| subsid =
| homepage =
| footnotes =
| intl =
}}
 
'''ইষ্ট ইণ্ডিয়া কোম্পানী''' [[ইংৰাজী]]({{Lang-en|''' East India Company'''}})গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত [[ইংলণ্ড]]ত৷ এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়৷ ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত [[ৰাণী এলিজাবেথে]] এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব [[ভাৰত]]ৰ লগতে পূব আৰু দক্ষিণ-পূব [[এচিয়া]]ৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে৷ ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ"(Governor and company of Merchants of London Trading into the East Indies)আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ"(United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল৷
==ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য==
 
==ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য==
[[File:Jameslancaster.jpg|thumb|Sir [[James Lancaster]] commanded the first East India Company voyage in 1601]]
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল ব্যৱসায় কৰা৷ ১৬০৮ চনত [[মোগল সম্ৰাট জাহাংগীৰ]]ৰ শাসনকালত (১৬০৫-১৬২৬) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে [[গুজৰাট]]ৰ [[চুৰাট]]ত প্ৰথম বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ অনুমতি পায়৷ পাছলৈ [[আগ্ৰা]],[[আহমসাবাদ]],[[হুগলি]],[[মাদ্ৰাজ]] আদি কেইবাঠাইতো এই কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰ স্থাপিত হয়৷