অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
র -> ৰ
21 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্রহণজন্মগ্ৰহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়]]ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। [[#Dibrugarh University|ডিব্রুগড়ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্রসমাজশাস্ত্ৰ]] বিষয়ত অধ্যয়ণ কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আর্টছআৰ্টছ এণ্ড মেনেজমেন্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্রমপাঠ্যক্ৰম গ্রহণগ্ৰহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্রকেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আর্টআৰ্ট এণ্ড ফিল্ম এপ্রিছিয়েছনএপ্ৰিছিয়েছন পাঠ্যক্রমৰপাঠ্যক্ৰমৰ শিক্ষা গ্রহণগ্ৰহণ কৰে।<ref name="ketherina">[[কেথেৰিণাৰ সৈতে এটা নির্জননিৰ্জন দুপৰীয়া]], অনুৰাধা শর্মাশৰ্মা পূজাৰী। বেটুপাতৰ দ্বিতীয় পৃষ্ঠা। isbn :81-7339-460-1</ref> [[অসম বাণী]] কাকতত প্রকাশিতপ্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্রথমখনপ্ৰথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্রমাত্‍ক্ৰমাত্‍ জনপ্রিয়তাজনপ্ৰিয়তা লাভ কৰে। <ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্রথমপ্ৰথম প্রকাশপ্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয় যে "এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্রশ্নপ্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।"<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref> ক্রমাগতভাৱেক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪ টা সংস্কৰণ প্রকাশপ্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ঠ সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
 
==পেচাদাৰী জীৱন==
প্রথমাৱাস্থাতপ্ৰথমাৱাস্থাত শর্মাশৰ্মা পূজাৰীয়ে কমার্চিয়েলকমাৰ্চিয়েল আর্টআৰ্ট এণ্ড কম্পিউটাৰ গ্রাফিক্সৰগ্ৰাফিক্সৰ পাঠ্যক্রকপাঠ্যক্ৰক গ্রহণগ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অফ ফাইন আর্টছৰআৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰে। পিছলৈ তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু বর্তমানবৰ্তমান তেওঁ [[সাদিন]] কাকতৰ সম্পাদক হিচেপে কর্মৰত।কৰ্মৰত।<ref name="ketherina"/>
 
হৃদয় এক বিজ্ঞাপনৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন ''এজন ঈশ্বৰৰ সন্ধানত'' প্রকাশপ্ৰকাশ পায় (১৯৯৮)। পৰৱর্তীপৰৱৰ্তী বছৰবোৰত ''কাঞ্চন'', ''চাহেবপুৰাৰ বৰষুণ'' ইত্যাদি উপন্যাসসমূহ প্রকাশিতপ্ৰকাশিত হয়। ২০০৪ চনত ''হৃদয় এক বিজ্ঞাপন''ৰ আভা ভট্টাচার্যইভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ ''হার্টছহাৰ্টছ এ শ্ব'বিজ'' নতুন দিল্লীৰ স্পেকট্রামস্পেকট্ৰাম পাব্লিকেচন যোগে প্রকাশপ্ৰকাশ পায়।<ref name="ketherina"/> এই উপন্যাসখন ইতিমধ্যে [[বাংলা ভাষা]]লৈও অনূদিত হৈছে। সাহিত্য একাডেমীৰ পত্রিকাপত্ৰিকা ''কন্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ'' আৰু জয়ন্ত মহাপাত্রমহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী ''চন্দ্রভাগাচন্দ্ৰভাগা''ত শর্মাশৰ্মা পূজাৰীৰ গল্পৰ অনুবাদ প্রকাশিতপ্ৰকাশিত হৈছে।<ref name="ketherina"/>
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনির্মাণপুনঃনিৰ্মাণ কেন্দ্রকেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্রীয়ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্রদানপ্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>
 
==সাহিত্য কৰ্মৰাজী==
64 নং শাৰী:
* [https://docs.google.com/document/d/1-FczQD2cIfMsqYC7XiMPJ5zrx10S_R6rZoox8qpNoQk/edit?hl=en_US&pli=1# Op-Ed : Bharat Ratna and Sachin Tendulkar]
 
* [http://www.assamkart.com অনুৰাধা শর্মাশৰ্মা পূজাৰীৰ ই-বুকসমূহ]
 
{{Navbox assam biography}}