অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Unreferenced|date=সেপ্টেম্বর ২০১১}} চিত্র:Revolving light microscope.jpg|right|thumb|অণুবিক্ষণযন...
 
No edit summary
5 নং শাৰী:
'অণুবীক্ষণ যন্ত্ৰ'({{Lang-en|Microscope}}) জীৱবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্ব যন্ত্ৰ৷ অণুবীক্ষণ যন্ত্ৰৰ আৱিস্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী কোষবোৰৰ বিষয়ে জানিব পৰা গৈছে৷
অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি৷
 
#আলোক অণুবীক্ষণ যন্ত্ৰ(Light microscope)
#ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ(X-ray microscope)
#ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ(Electron microscope)
 
 
#আলোক অণুবীক্ষণ যন্ত্ৰ
 
যিবোৰ অণুবীক্ষণ যন্ত্ৰত সাধাৰণ পোহৰ ৰশ্মি ব্যৱহাৰ কৰি লক্ষ্যবস্তু পোহৰান্বিত (illuminate) কৰা হয় সেইবোৰক আলোক অণুবীক্ষণ যন্ত্ৰ বোলে৷ কেইটামান আলোক অণুবীক্ষণ যন্ত্ৰ -
 
*যৌগিক অণুবীক্ষণ যন্ত্ৰ (Compound microscope)- এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তিনি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়৷ যেনে সংঘনক লেন্স (condenser lens),অভিলক্ষ্য লেন্স (objective lens) আৰু অভিনেত্ৰ লেন্স (ocular lans)৷
 
 
*ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ(Phase contrast microscope)
 
 
*স্ফুৰদীপ্তি অণুবীক্ষণ যন্ত্ৰ(Fluorescence microscope)
 
 
*ডাৰ্ক ফিল্ড অণুবীক্ষণ যন্ত্ৰ (Dark field microscope)
 
 
*অতি বেঙুনীয়া অণুবীক্ষণ যন্ত্ৰ (Ultra violet microscope)
 
 
*সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ (Polarizing microscope)
 
 
*চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ ( Interference microscope)
 
 
Line 11 ⟶ 41:
 
[[চিত্র:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্রে দেখা ব্যাক্টেরিয়ার ছবি]]
 
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
"উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী