অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
 
 
*অতি বেঙুনীয়া অণুবীক্ষণ যন্ত্ৰ (Ultra violet microscope)- এইধৰণৰ অণুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু উদ্দীপ্ত কৰিবলৈ সাধাৰণ [[পোহৰ]] ৰশ্মিৰ লগতে অতি বেঙুনীয়া ৰশ্মি ব্যৱহাৰ কৰা হয়৷
অতি বেঙুনীয়া ৰশ্মিৰ [[পোহৰ]] তৰংগ চুটি আৰু ই কাঁচৰ লেন্সৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে৷ সেয়েহে এই অণুবীক্ষণ যন্ত্ৰত সাধাৰণ কাঁচৰ লেন্সৰ সলনি কাঁচেৰে নিৰ্মিত ক'ৱাৰ্টজ(quartz) লেন্স ব্যৱহাৰ কৰা হয়৷ সাধাৰণ আলোক অণুবীক্ষণ যন্ত্ৰত ব্যৱহাৰ কৰা কাঁচৰ লেন্সদি 400০Å তকৈ কম দৈৰ্ঘ্যৰ তৰংগ পাৰ হৈ যাব নোৱাৰে৷ কিন্তু ক'ৱাৰ্টজ লেন্স ব্যৱহাৰ কৰিলে 2000-4000Å
দৈৰ্ঘ্যৰ অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব পাৰে৷ ফলত অণুবীক্ষণ যন্ত্ৰৰ ক্ষমতা বাঢ়ি যায়৷ এই অণুবীক্ষীণ যন্ত্ৰত সৃষ্টি হোৱা প্ৰতিবিম্ব [[চকু]]ৰে দেখা নাযায় আৰু ইয়াক ফ'ট'প্লেটত ধৰা হয়৷ [[কোষ]]ৰ ধৰ্ম তথা গুণাগুণ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত অধ্যয়ন কৰিব পাৰি৷
 
 
*সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ (Polarizing microscope)- সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ এক উন্নত ধৰণৰ অণুবীক্ষণ যন্ত্ৰ৷ এই অণুবীক্ষণ যন্ত্ৰত ধ্ৰুবিত(polarised) [[পোহৰ]] ব্যৱহাৰ কৰা হয়৷ ইয়াৰ সহায়ত [[কোষ]]ৰ ভিতৰত থকা অতি সূক্ষ্ম অংশবোৰ (ultra structures) অধ্যয়ন কৰিব পাৰি৷ [[কোষ]]ৰ ভিতৰত থকা জুলীয়া পদাৰ্থৰ গাঢ়তা,ঘনত্ব আৰু কোষীয় পদাৰ্থবোৰ কিমান ডাঠ সেই বিষয়ে অধ্যয়ন কৰিব পাৰি৷
*সমাবৰ্তন অণুবীক্ষণ যন্ত্ৰ (Polarizing microscope)
 
 
*চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ ( Interference microscope)- এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত দুটা [[পোহৰ]] ৰশ্মি ব্যৱহাৰ কৰা হয়৷ এটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ মাজেৰে আৰু আনটো লক্ষ্যবস্তুৰ কাষেৰে গতি কৰে৷ এই দুয়োটা [[পোহৰ]] ৰশ্মি লক্ষ্যবস্তুৰ ওপৰৰ ফালে আহি মিলিত হয়৷ ফলত লক্ষ্যবস্তুৰ প্ৰতিসৰণাংক (refractiv index) ৰ ওপৰত নিৰ্ভৰ কৰি বিপৰ্যাস্য (contrast) প্ৰতিবিম্ব এটাৰ সৃষ্টি হয়৷ গতিকে লক্ষ্যবস্তুৰ সঠিক আকাৰ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰি৷
*চক্ৰব্যাহত অণুবীক্ষণ যন্ত্ৰ ( Interference microscope)
 
 
[[চিত্র:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্রে দেখা ব্যাক্টেরিয়ার ছবি]]
 
 
*চক্ৰব্যাহত==ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ ( InterferenceX-ray microscope)==
 
 
[[চিত্র:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্রে দেখা ব্যাক্টেরিয়ার ছবি]]
*সমাবৰ্তন==ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ (PolarizingElectron microscope)==
 
==তথ্য সংগ্ৰহ==