বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'বেক্টেৰিয়া' ({{lang-en|Bacteria}}) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ [[এককোষী জীৱ]]৷ '''এণ্টন ফন লিউৱেনহ'ক'''(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828) এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী '''লুই পাস্তৰ''' (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী '''ৰবাৰ্ট কক''' (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷<ref name="<ref name=" উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম "="গ্ৰন্থ ১">সম৷</ref >৷
<ref name=""="গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷</ref>৷
 
[[File:Antoni van Leeuwenhoek.png|thumb|right|[[Antonie van Leeuwenhoek]], the first [[microbiologist]] and the first person to observe bacteria using a [[microscope]].]]
Line 20 ⟶ 19:
#বেক্টেৰিয়াৰ দেহত শ্বসন প্ৰক্ৰিয়া ঘটে৷
#বেক্টেৰিয়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অংশগ্ৰহন কৰে৷ যেনে - বেক্টেৰিয়া ৰাইয'বিয়াম(Rhizobium)৷
#বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷<ref name=""="গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷<অসম" /ref>
#বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷
 
[[File:Bacterial morphology diagram.svg|right|thumb|360px|Bacteria display many cell [[morphology (biology)|morphologies]] and arrangements]]
 
26 নং শাৰী:
[[File:Bacterial infections and involved species.png|thumb|left|380px|Overview of bacterial infections and main species involved.<ref name=Microbiology33>{{cite book |author=Fisher, Bruce; Harvey, Richard P.; Champe, Pamela C. |title=Lippincott's Illustrated Reviews: Microbiology (Lippincott's Illustrated Reviews Series) |publisher=Lippincott Williams & Wilkins |location=Hagerstwon, MD |year= 2007|pages=Chapter 33, pages 367–392 |isbn=0-7817-8215-5 }}</ref><ref>[http://www.lef.org/protocols/infections/bacterial_infection_01.htm LEF.org > Bacterial Infections] Updated: 01/19/2006. Retrieved on April 11, 2009</ref>]]
 
বেক্টেৰিয়াই [[মাটি]],[[পানী]],[[বতাহ]],[[মহাকাশ]] সকলো ঠাইতে বাস কৰে৷ তাৰোপৰি বিভিন্ন [[খাদ্যবস্তু]],[[ফল-মূল]],[[বস্ত্ৰ]],[[উদ্ভিদ]] আৰু [[প্ৰানীদেহ]],[[মানুহৰ মুখগহ্বৰ]],[[অন্ত্ৰ]],[[জনন অংগ]] আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷ বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷ কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷ অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷<ref name=" উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম" " />
 
 
==আকৃতি==