উভচৰ প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: right|thumb|250px|এবিধ গছত থকা ভেকুলী চিত্র:Salamandra salamandra CZ.JPG|right|...
 
No edit summary
3 নং শাৰী:
[[চিত্র:Caecilian.jpg|right|thumb|200px|এটা ছিছিলিয়ান]]
[[File:Paratype of Paedophryne amauensis (LSUMZ 95004).png|thumb|alt=World's smallest vertebrate|The world's smallest known vertebrate, ''[[Paedophryne amauensis]]'', sitting on a [[Dime (United States coin)|U.S. dime]], 17.9 mm, for scale]]
'উভচৰ প্ৰাণী'({{lang-en|Amphibia}}) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী [[প্ৰাণী]]৷ প্ৰায় ২৭৫-২২৫ নিযুত [[বছৰ]] আগতে '''কাৰ্বনিফেৰাছ''' যুগত এই [[প্ৰাণী]]বোৰৰ উদ্ভৱ হৈছিল৷ '''লিনিয়াছে''' পোনপ্ৰথমে এই [[প্ৰাণী]]বোৰক '''এম্ফিবিয়া''' বুলি নামাকৰণ কৰিছিল৷<ref name="গ্ৰন্থ ১" />
 
==উভচৰ প্ৰাণী==
23 নং শাৰী:
#শ্বাসক্ৰিয়া ফুল,[[হাঁওফাঁও]] আৰু [[ছাল]]ৰ দ্বাৰা সম্পাদিত হয়৷ স্বৰযন্ত্ৰ(vocal cord) থাকে৷
#কৰোটি [[স্নায়ু]](cranial nerve) ৰ সংখ্যা দহযোৰ৷
#ডিম্বজ(oviparous) [[প্ৰাণী]]৷ [[কণী]]ত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক৷ বৰ্ধন পৰোক্ষ৷<ref name="গ্ৰন্থ ১"> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷</ref>৷